• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ছাত্ৰীক প্ৰলোভনেৰে এবছৰ ধৰি ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল এজন অৱসৰপ্ৰাপ্ত চৰকাৰী শিক্ষক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 11, 2020 7:40 pm

1 min read

Rapist-teacher-750x375
745
VIEWS
Share on FacebookShare on Twitter

১৬ বছৰীয়া এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হৈছে অৱসৰপ্ৰাপ্ত এজন চৰকাৰী শিক্ষক।

এই লজ্জানক ঘটনাটো ঘটিছে চুবুৰী ৰাজ্য ত্ৰিপুৰাত।

ঘটনাৰ বিৱৰণীৰ মতে কিছু বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰাৰ পিছত অজিত দেৱ নামৰ চৰকাৰী শিক্ষকজনে ৱেষ্ট ত্ৰিপুৰা জিলাৰ কল্যাণপুৰত নিজগৃহতে এখন ক’ছিং চেন্টাৰ খোলে।

উক্ত ক’ছিং চেন্টাৰতে শিক্ষকজনে ছাত্ৰীগৰাকীক প্ৰলোভনেৰে যোৱা এবছৰ দিন ধৰি ধৰ্ষণ কৰি আহিছে বুলি অভিযোগ উঠিছে।

“শিক্ষক অজিত দেৱে নিৰীক্ষকৰ হতুৱাই ছাত্ৰীগৰাকীক ব’ৰ্ডৰ পৰীক্ষাত ভাল নম্বৰ দিওৱাৰ প্ৰলোভন দি যোৱা এবছৰৰ পৰা যৌন নিৰ্যাতন তথা ধৰ্ষণ কৰি আহিছিল।” সূত্ৰটোৱে কয়।

সূত্ৰটোৰ মতে লম্পট শিক্ষকগৰাকীয়ে একেটা প্ৰস্তাৱ অন্য এগৰাকী ছাত্ৰীকো দিছিল। কিন্তু ছাত্ৰীগৰাকীয়ে সেই প্ৰলোভনত ভুল নগৈ অভিভাৱকক লম্পট শিক্ষকজনৰ প্ৰস্তাৱটো অৱগত কৰে।

ইফালে ছাত্ৰীগৰাকীৰ পিতৃয়ে কল্যাণপুৰ আৰক্ষী থানাত লম্পট শিক্ষকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে লম্পট শিক্ষকজনক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছতেহে লম্পট শিক্ষকজনে ১৬ বছৰীয়া ছাত্ৰী গৰাকীক দীৰ্ঘদিন ধৰি প্ৰলোভনেৰে ধৰ্ষণ কৰি অহা সমগ্ৰ দুষ্কাৰ্য পোহৰলৈ আহে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লম্পট শিক্ষকজনক আদালতে হাজিৰ কৰোৱাই আৰু আদালতে অহা ২০ আগষ্টলৈকে লম্পট শিক্ষকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd