• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইল-হামাছৰ যুদ্ধ: লেবাননত নিহত ৰয়টাৰ্ছৰ সাংবাদিক; আহত আন ৬ জন সাংবাদিক

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2023 1:02 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইল-হামাছ যুদ্ধৰ বলি হৈছে এজন সাংবাদিক। আহত হৈছে আন কমেও ৬ গৰাকী সাংবাদিক। খবৰ অনুসৰি ইজৰাইলৰ আক্ৰমণত ৰয়টাৰ্ছৰ ফটো সাংবাদিক ইছাম আব্দুল্লাৰ মৃত্যু হয়।

এক বিবৃতিত ৰয়টাৰ্ছে কয় যে ‘’ইছামে দক্ষিণ লেবাননত কাম কৰি আছিল। তাতেই গোলাবৰ্ষণত তেওঁৰ মৃত্যু হয়। এই ঘটনাত আমি মৰ্মাহত। অঞ্চলটোৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছে। ইছামৰ পৰিয়ালৰ কাষত আছে ৰয়টাৰ্ছ।‘’

লগতে পঢ়কঃ গাজাৰ পৰা পলায়নৰ সময়ত ইজৰাইলী বিমান আক্ৰমণত নিহত ৭০ জন পেলেষ্টাইনী নাগৰিক

Apply Now

ইজৰাইলৰ গোলাবৰ্ষণত ইয়াৰ দুজন সাংবাদিক আল চুডানী আৰু মাহেৰ নাজেহ আহত হোৱাৰ বাতৰিও ৰয়টাৰ্ছে প্ৰকাশ কৰিছে। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও আল জাজিৰা, এ পি আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কমেও ছয়জন সাংবাদিক আহত হৈছে।

আল জাজিৰাৰ বাতৰি অনুসৰি শুকুৰবাৰে ইজৰাইল-লেবানন সীমান্তৰ আলমা আছ-ছাবলৈ গৈছিল সাংবাদিকসকল। সূত্ৰ অনুসৰি ইজৰাইলৰ সেনাৰ টেংকৰ পৰা পোনপটীয়াকৈ গুলীচালনা কৰা হৈছিল। তাৰ ফলতে এজন সাংবাদিকৰ মৃত্যু হয়। আহত হৈছে কমেও ৬ জন।

উল্লেখ্য যে হামাছ সন্ত্ৰাসবাদী সংগঠনটোৱে ৭ অক্টোবৰত কমেও ডেৰ হাজাৰ ইজৰাইলী নাগৰিকক হত্যা কৰিছিল। বহু মহিলা, শিশু, বৃদ্ধ, ইজৰাইলৰ সৈনিক আৰু আন দেশৰ নাগৰিকক হামাছে বন্দী কৰি গাজালৈ লৈ গৈছে।

লগতে পঢ়কঃ পাকিস্তান মেচৰ পূৰ্বে কোহলীলৈ বাৰ্তা উছেইন ব’ল্টৰ; কি ক’লে বিশ্বৰ দ্ৰুততম কিংবদন্তিজনে?

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে তীব্ৰ আক্ৰমণ চলায়। সংকটত পৰিছে হামাছ। লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটিয়ে কয় যে ‘ইজৰাইলে লেবাননৰ মাটিত ধাৰাবাহিকভাৱে ৰকেট আক্ৰমণ চলাইছে। এই ঘটনা তাৰেই পৰিণতি।‘

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd