• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য মন্ত্ৰী যোগেন মহনৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2023 7:58 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি অসম চৰকাৰৰ ৰাজহ বিভাগে মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি এক বিশেষ জাননী যোগে শ্ৰীমন্ত শংকৰ একাডেমি ছ’চাইটিক হাৰাশাস্তি কৰি আহিছে।

এই অভিযোগ উত্থাপন কৰি শ্ৰীমন্ত শংকৰ একাডেমি ছ’চাইটিৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কয় যে বিশ্ববিদ্যালয়ৰ ভূমি সীমা নিৰ্ধাৰণ সম্পৰ্কীয় এটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন থকাৰ সময়তে অসম চৰকাৰৰ ৰাজহ বিভাগে এটা বিশেষ পক্ষৰ স্বাৰ্থত ভূমিৰ সীমা নিৰ্ধাৰণৰ বাবে উঠি পৰি লাগিছে।

অভিযোগ অনুসৰি যোৱা মংগলবাৰে আজাৰা ৰাজহ চক্ৰ কাৰ্যালয়ে কোনো তাৰিখ উল্লেখ  নকৰাকৈ এই সম্পৰ্কীয় এক বিশেষ জাননী জাৰি কৰে। জাননীত উল্লেখ কৰা হৈছে যে ননী চৌধুৰী নামৰ এগৰাকী আবেদনকাৰীৰ আবেদনৰ ভিত্তিত ম্যাদী পট্টাৰ ৫৬ আৰু ডাগ নং ৪৬ৰ ভূমিৰ সীমা নিৰ্ধাৰণ কৰা হ’ব।

Apply Now

জাননীখনত লগতে উল্লেখ কৰা হৈছে যে বিভাগীয় মন্ত্ৰী যোগেন মহনৰ লিখিত নিৰ্দেশ মতেহে ভূমিৰ এই সীমা নিৰ্ধাৰণ কৰা হ’ব। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিভাগীয় মন্ত্ৰীৰ এনে কোনো লিখিত নিৰ্দেশ লাভ কৰা নাই।

গুৱাহাটী উচ্চ ন্যায়ালয়ত সমগ্ৰ বিষয়টো বিচৰাধীন হৈ অৱস্থাত হঠাতে ৰাজহ বিভাগে কেনেকৈ উক্ত ভূমিৰ সীমা নিৰ্ধাৰণ কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে মন্ত্ৰী গিৰিজানন্দ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি বুধবাৰে আজাৰা ৰাজহ চক্ৰই আৰক্ষী উপস্থিতিত দুটা খুঁটা পুতি সীমা নিৰ্ধাৰণৰ চেষ্টা কৰা বুলি দাবী কৰিছে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা অৱস্থাত আজাৰা ৰাজহ চক্ৰই ভূমি সীমা নিৰ্ধাৰণৰ চেষ্টা কৰি ন্যায়ালয়ক অৱমাননা কৰাৰ সাহস বিভাগীয় মন্ত্ৰী তথা বিভাগে কৰ পৰা পালে বুলিও এতিয়া প্ৰশ্নৰ উদয় হৈছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd