• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশৰ প্রথমখন ইলেক্ট্ৰিক মটৰচাইকেল মুকলি; মাহে ২,৯৯৯ টকা দি ক্ৰয় কৰিব পাৰিব ইলেক্ট্ৰিক মটৰচাইকেল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 28, 2019 7:11 pm

2 min read

দেশৰ প্রথমখন ইলেক্ট্ৰিক মটৰচাইকেল মুকলি; মাহে ২,৯৯৯ টকা দি ক্ৰয় কৰিব পাৰিব ইলেক্ট্ৰিক মটৰচাইকেল
51.5k
VIEWS
Share on FacebookShare on Twitter

দেশৰ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী ৰিভল্ট মটৰচ (Revolt Motors) এ দেশৰ প্ৰথমখন ইলেক্ট্ৰিক মটৰচাইকেল Revolt RV 400 আৰু  RV300 মুকলি কৰে।

কোম্পানীটোৱে এই ইলেক্ট্ৰিক মটৰচাইকেলখন My Revolt Planৰ অধীনত মুকলি কৰিছে। লগতে কোম্পানীটোৱে নিৰ্মাণ কৰি উলিওৱা ইলেক্ট্ৰিক মটৰচাইকেলখন মাহেকীয়া কিস্তিত বিক্ৰী কৰিব।

দেশত প্ৰথমবাৰৰ বাবে কোনো কোম্পানীয়ে দুচকীয়া বাহন মাহেকীয়া কিস্তিত বিক্ৰী কৰাৰ পৰিকল্পনা লৈ মুকলি কৰিছে। তিনিটা মডেলৰ কাৰণে কোম্পানীটোৱে তিনিটা আঁচনি তৈয়াৰ কৰিছে।

আপুনি কোম্পানীটোৱে নিৰ্মাণ কৰি উলিওৱা ইলেক্ট্ৰিক মটৰচাইকেল RV300 ল’বলৈ হ’লে মাহে ২,৯৯৯ টকা লাগিব।

একেদৰে আনখন ইলেক্ট্ৰিক মটৰচাইকেল RV400ৰ বেছ মডেল ল’বলৈ হ’লে মাহে ৩,৪৯৯ টকা আৰু প্ৰিমিয়াম মডেল ল’বলৈ হ’লে মাহে ৩,৯৯৯ টকা দিব লাগিব। আৰু এই মাহেকীয়া কিস্তি ৩৭ মাহলৈকে দিব লাগিব।

উল্লেখযোগ্য যে এই বিশেষ ইলেক্ট্ৰিক মটৰচাইকেলখন ক্ৰয় কৰিবৰ বাবে আধাৰ কাৰ্ড থকাতো বাধ্যতামূলক।

তাৰোপৰি এই ইলেক্ট্ৰিক মটৰচাইকেলখন ক্ৰয় কৰিবৰ বাবে আপুনি কোনো ডাইন প্ৰেমেণ্ট দিব নালাগে। ওপৰত উল্লেখ কৰা তিনিটা মাহেকীয়া কিস্তিৰ যিকোনা এটা আঁচনি বাচি ল’লে হ’ব।

আনকি এই ইলেক্ট্ৰিক মটৰচাইকেলখন ক্ৰয় কৰাৰ সময়ত আপুনি ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেন্সৰ কাৰণে অতিৰিক্ত ধনো ভৰিব নালাগে। কোম্পানীয়ে এই ধন নিজেই ভৰিব।

কোম্পানীটোৱে এই ইলেক্ট্ৰিক মটৰচাইকেলখনৰ ডেলিভাৰী ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰিব।

কোম্পানীটোৱে নিৰ্মাণ কৰি উলিওৱা ইলেক্ট্ৰিক মটৰচাইকেলখন এবাৰ চাৰ্জ দিলে ১৫৬ কিলোমিটাৰ চলিব। লগতে ইয়াৰ সৰ্বোত্তম স্পীড হ’ব প্ৰতি ঘণ্টাত ৮৫ কিলোমিটাৰ।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd