DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়লয়ত অগ্ৰিম জামিন লৈ কাজিৰঙালৈ অহা দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী ৰহিমুদ্দিনক পৃথক গোচৰত গ্ৰেপ্তাৰ

গঁড় হত্যাৰ পৰিকল্পনা আৰু খৰ্গৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত ৰহিমুদ্দিন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 9, 2021 10:50 am
Rahimuddin
243
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা আৰু গঁড়ৰ খৰ্গৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত এজন দুধৰ্ষ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ডি এফ অ’ৰমেশ কুমাৰ গগৈয়ে ৷

কাজিৰঙাৰ গঁড় হত্যা আৰু খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকা কে আৰ / ২২/ ২০২০ নম্বৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়লয়ৰ পৰা অগ্ৰিম জামিন লৈ দেওবাৰে কাজিৰঙাৰ ডি এফ অ’ৰ ওচৰত আত্মসৰ্পন কৰিবলৈ আহিছিল ৰহিমুদ্দিন নামৰ চোৰাং ব্যৱসায়ীজন ৷

ৰহিমুদ্দিনৰ ঘৰ নগাওঁ জিলাৰ নীল বাগানত ৷ নিজৰ অধিবক্তাক লৈ ডি এফ অ’ৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৰহিমুদ্দিনে ৷

উচ্চ ন্যায়লয়ৰ অগ্ৰিম জামিনৰ বাবে উল্লেখিত গোচৰত ৰহিমুদ্দিনে জামিন লোৱাৰ লগে লগেই ৰহিমুদ্দিনক কাজিৰঙাত কৰা গঁড় হত্যা আৰু খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কে আৰ / ২৩ / ২০২০ নম্বৰৰ অন্য এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৷

উল্লেখ্য যে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা আৰু গঁড়ৰ খৰ্গৰ একাধিক ঘটনাত জড়িত ধৃত ৰহিমুদ্দিন ৷

ধৃত ৰহিমুদ্দিক সম্প্ৰতি জেৰা কৰিছে বন বিষয়া সকলে ৷ অচিৰেই তেওঁ আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd