DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাত জৈৱিকভাৱে উৎপাদিত জহা চাউল, ক’লা চাউল,বোকা চাউল, হালধি বিদেশলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 29, 2021 3:35 pm
food-ministry
251
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাত জৈৱিকভাৱে উৎপাদিত জহা চাউল, ক’লা চাউল,বোকা চাউল, নেমু, হালধি, আদা, আলু, সৰিয়হৰ তেল আদি বিদেশলৈ ৰপ্তানি কৰাৰ কথা চিন্তা কৰা হৈছে।

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কৃষি বিভাগৰ এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়।

জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস, বঙাইগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান আৰু মুৰব্বী বিজ্ঞানী চিন্ময় শৰ্মা, চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান আৰু মুৰব্বী বিজ্ঞানী, জিলা কৃষি বিষয়া,নাবাৰ্ডৰ ডিডি এম, ষ্টেট বেংকৰ লীড বেংক মেনেজাৰ, জিলা মীন উন্নয়ন বিষয়া, জিলা পশুপালন বিষয়া, নেৰামৰ(NERAM) বিষয়ববীয়া, বঙাইগাঁও আৰু চিৰাং জিলাৰ কেবাগৰাকীও প্ৰগতিশীল কৃষক উপস্থিতি থাকে।

সভাত বঙাইগাঁও জিলাত জৈৱিকভাৱে উৎপাদিত জহা চাউল, ক’লা চাউল,বোকা চাউল, নেমু, হালধি, আদা, আলু, সৰিয়হৰ তেল আদি বিদেশলৈ ৰপ্তানি কৰাৰ বাবে আলোচনা কৰা হয়।

এই কৃষিজাত সামগ্ৰীসমূহক এটা ব্ৰেণ্ড নামেৰে নামাংকিত কৰি যদি বাহিৰলৈ ৰপ্তানি কৰিব পৰা যায়, তেতিয়াহ’লে বঙাইগাঁও জিলাৰ নাম বিশ্বৰ ভিতৰতে জিলিকিব। কৃষকসকলো লাভৱান হ’ব।

আনহাতে সভাত উপস্থিত প্ৰগতিশীল কৃষকসকলে উপায়ুক্তক জনায় যে জিলাখনত এটা শীতলীকৰণ ভঁৰাল নোহোৱা বাবে উৎপাদিত আলু সংৰক্ষণ কৰিব নোৱাৰি। জিলা উপায়ুক্তগৰাকীয়ে কৃষকসকলক নিশ্চিতি দিয়ে যে অচিৰেই জিলাখনত সৰু সৰুকৈ দুটামান ঠাইত শীতলীকৰণ ভঁৰাল স্থাপন কৰা হ’ব।

আনহাতে বঙাইগাঁও জিলাত ১০ টাকৈ(দহটাকৈ) কঠিয়া ৰুৱা যন্ত্ৰ আৰু ধান কটা যন্ত্ৰ আনিব লাগে বুলিও প্ৰগতিশীল কৃষকসকলে উপায়ুক্তক অনুৰোধ জনায়। সেইমৰ্মে কৃষকসকলক প্ৰস্তাৱ দিবলৈ কয় আৰু উপায়ুক্তগৰাকীয়ে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd