DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব কাৰাটে দিৱসৰ দিনটোত কাৰাটেৰ কঠোৰ সাধনা কণমানি ৰিদ্ধী ৰাগিনীৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 17, 2021 7:47 pm
dog

*

181
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্ব কাৰাটে দিৱস।আংশিক লকডাউনৰ মাজতে কাৰাটেৰ কঠোৰ অনুশীলন অব্যাহত ৰাখিছে কলিয়াবৰৰ ছয়বছৰীয়া কণমানি ৰিদ্ধী ৰাগিনী কাশ্যপে।

মাত্ৰ তিনি বছৰ বয়সৰ পৰাই কলিয়াবৰৰ সৰুভগীয়াত থকা টি আও ষ্টেডিয়ামত ব্লেকবেল্ট ডিগ্ৰীধাৰী বিপ্লৱ কুমাৰ শইকীয়াৰ তত্বাবধানত কঠোৰ অনুশীলনত ব্যস্ত হোৱা কণমানি ৰিদ্ধি ৰাগিনীৰ ঘৰ কলিয়াবৰ মহকুমাৰ বামুণী নিজৰি গাঁৱত।

২০১৩ চনৰ ১৫ নৱেম্বৰত জন্মগ্ৰহণ কৰা ৰিদ্ধী ৰাগিনীৰ পিতৃ শ্ৰৱন চাহু আৰু মাতৃ বন্দিতা দেৱী।

bh
পিতৃ-মাতৃৰ কঠোৰ পৰিশ্ৰম আৰু কনমানিজনীৰ মনত থকা উদ্যম হেপাঁহৰ বাবে মাত্ৰ দুটা বছৰতে কাৰাটেৰ কৌশল আয়ত্ব কৰিবলৈ সক্ষম হয় কণমানিজনীয়ে।

সেয়ে খুউৱ সোনকালেই ৰিদ্ধীয়ে লাভ কৰে কাৰাটে সেউজীয়া বেল্ট।

ইতিমধ্যে স্পৰ্টছ কাৰাটে এছ’চিয়েচন অব ইণ্ডিয়াৰ দ্বাৰা কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত ২০১৮ চনৰ ২৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা কাৰাটে বিশ্বকাপত অশংগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৰিদ্ধী ৰাগিনী কাশ্যপে।

বৰ্তমান তেজপুৰস্থিত গুৰুকূলৰ দ্বিতীয় মানৰ ছাত্ৰী ৰিদ্ধীৰ প্ৰশিক্ষক বিপ্লৱৰ লগতে পিতৃ- মাতৃৰ আশা কাৰাটেৰ জৰিয়তেই অনাগত দিনবোৰতো উজ্বলি উঠিব কণমানিজনী।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd