• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত উজলিল ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 17, 2019 6:59 pm

1 min read

বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত উজলিল ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ দৃশ্য। ফটো ফে'চবুকৰ পৰা সংগৃহীত।

360
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া চলচ্চিত্ৰ ‘বুলবুল কেন ছিং’ৰ জৰিয়তে পৰিচালিকা ৰীমা দাসে পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। চলচ্চিত্ৰখনে জাৰ্মানিত অনুষ্ঠিত ৬৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ জেনেৰেশ্যন ১৪প্লাছ শিতানত বিচাৰকৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

যোৱা ৭ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ চিনেমাখন জেনেৰেশ্যন ১৪প্লাছ শিতানত প্ৰতিদ্বন্দিতাৰ বাবে নিৰ্বাচিত হৈছিল।

ৰীমা দাসৰ চিনেমাখনক উক্ত শিতানটোৰ মুখ্য বিচাৰক মেৰীয়েন ৰেডপাঠে উচ্চ প্ৰসংশা কৰে। উল্লেখযোগ্য যে ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ দৰে ‘বুলবুল কেন ছিং’ ছবিখনো ৰীমা দাসে এককভাৱে পৰিচালনা, সম্পাদনা আৰু চিত্ৰগ্ৰহণ কৰিছে।

ইতিমধ্যে টৰণ্ট চলচ্চিত্ৰ মহোৎসৱৰ যোগেদি ৱৰ্ল্ড প্ৰ‌িমিয়াৰ লাভ কৰা ‘বুলবুল কেন ছিং’ৰ এইটো হৈছে প্ৰথমটো য়ুৰোপিয়ান প্ৰিমিয়াৰ। যোৱা ১২ ফেব্ৰুৱাৰিত উক্ত মহোৎসৱতে ছবিখনৰ য়ুৰোপিয়ান প্ৰিমিয়াৰ হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd