• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মূল্যবৃদ্ধিৰ প্ৰসঙ্গত মুখ্যমন্ত্ৰীক মুকলি বিতৰ্কলৈ প্ৰত্যাহ্বান ৰিপুণ বৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2021 6:57 pm
Ripun Bora invites Himanta Biswa Sarma to perticipate open debate on price rise
184
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰসঙ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ জেষ্ঠ নেতা ৰিপুণ বৰাই।

“কাৰ দিনত কিমান বৃদ্ধি হ’ল খাদ্য সামগ্ৰী মূল্য?খাদ্য সামগ্ৰীৰ মূল্যকলৈ হওক অ’পেন ডিবেট৷ অ’পেন ডিবেটত ভাগ লওক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেতিয়া স্পষ্ট হ’ব সামগ্ৰীৰ মূল্য নিযন্ত্ৰণত ব্যৰ্থ কোন!”- আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ এই মন্তব্য কৰে ৰিপুণ বৰাই।

শনিবাৰে সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই তীব্ৰ সমালোচনা কৰে চৰকাৰক। ৰিপুণ বৰাই কয় যে, “সমালোচনা কৰিব লাগে কাৰণেই সমালোচনা কৰা বিজেপিৰ একাংশই এতিয়াও কংগ্ৰেছৰ দিনত অধিক মূল্যবৃদ্ধি হৈছিল বুলি অভিহিত কৰিব বিচাৰে৷ সেইসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।”

উল্লেখ্য যে, অভাৱনীয় মূল্যবৃদ্ধিয়ে সমাজত মধ্যবিত্ত, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে সৃষ্টি কৰিছে।

সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে প্ৰতিটো পৰিয়াল৷ শনিবাৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বহে কৃষক মুক্তি সংগ্ৰাম সমিতিও। নগাঁৱৰ কৃষ্ণাইখাটত অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগঠনটোয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ৷

কিন্তু প্ৰতিবাদক কেৰেপেই নকৰে ৰাজ্যৰ যোগানমন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰীগৰাকীৰ মতে, চাহিদা আৰু যোগান ভাৰসাম্যৰ হৈছে মূল্যবৃদ্ধি। উৎপাদন বৃদ্ধি হ’লেহে হ্ৰাস পাব মূল্য৷

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd