• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডৰ পিছতে দেশত বৃদ্ধি পাইছে বিত্তীয় জালিয়াতিৰ ঘটনা,পিডব্লিউচিৰ প্ৰতিবেদন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 19, 2022 4:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ পিছতে দেশত বৃদ্ধি পাইছে বিত্তীয় জালিয়াতিৰ ঘটনা। পিডব্লিউচিৰ ‘গ্লোবেল ইকনমিক ক্ৰাইম এণ্ড ফ্ৰড চাৰ্ভে ২০২২’ ৰ শেহতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে কোভিডৰ সংক্ৰমণৰ সময়তে ডিজিটেল প্ৰক্ৰিয়াই গতি লাভ কৰিছে যদিও এই আকস্মিক পৰিৱৰ্তনৰ ফলত কোম্পানীবোৰে ডিজিটেল সুৰক্ষা, কৰ্মচাৰীৰ সুৰক্ষা আদি বিষয়সমূহত নতুন বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে।

ডিজিটেল প্ৰক্ৰিয়াৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰাৰ বাবে বিত্তীয় প্ৰৱঞ্চনা আৰু অৰ্থনৈতিক অপৰাধ আদিৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ডাঙৰ প্ৰতিষ্ঠানবোৰত এনে প্ৰৱঞ্চনাৰ ঘটনা অধিক হোৱা পৰিলক্ষিত হৈছে।
মঙলবাৰে মুকলি কৰা এক নতুন জৰীপ অনুসৰি যোৱা দুবছৰত ৯৫ শতাংশতকৈও অধিক ভাৰতীয় কোম্পানীত নতুন ধৰণৰ প্ৰৱঞ্চনা সংঘটিত হোৱা দেখিছে।

Apply Now

এনে তথ্য সমগ্ৰ বিশ্বৰ ১,২৯৬ টা কোম্পানীৰ সংস্থা পিডব্লিউচিৰ জৰীপৰ পৰা লাভ কৰা হৈছে । প্ৰতিবেদন প্ৰস্তুত কৰোতে ১১২ টা ভাৰতীয় কোম্পানী আৰু ৩২ টা বিবিধ উদ্যোগক সামৰি লোৱা হৈছিল।

প্ৰতিবেদনত কোৱা হৈছে “ডিজিটেল প্ৰক্ৰিয়াৰ ফলত প্ৰৱঞ্চনাৰ নতুন ঘটনা বৃদ্ধি পাইছে: যোৱা ২৪ মাহত ৫২ শতাংশ ভাৰতীয় কোম্পানীয়ে প্ৰৱঞ্চনা বা অৰ্থনৈতিক অপৰাধৰ সন্মুখীন হৈছে আৰু ইয়াৰে ৯৫ শতাংশই কোভিডে সৃষ্টি কৰা ব্যাঘাতৰ ফলত হৈছে। প্ৰকাৰৰ ”।উল্লেখ্য একেধৰণৰ পূৰ্বৱৰ্তী জৰীপত ২০২০ চনত কৰা হৈছিল আৰু তেতিয়া এনে ঘটনা ৫৬ শতাংশ আছিল।

পিডব্লিউচি ইণ্ডিয়াৰ ফৰেনচিক সেৱাৰ মুৰব্বী পুনীত গাৰ্খেলে কয় যে কোম্পানীবোৰে “প্ৰৱঞ্চনাৰ নতুন ধাৰা হ্ৰাস কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিত বিনিয়োগ”ত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।

তেওঁ উল্লেখ কৰে যে যোৱা দুবছৰত কোম্পানীবোৰৰ সাংগঠনিক পৰিধি অধিক অসুৰক্ষিত হৈ পৰিছে।

ভাৰতীয় কোম্পানীবোৰে প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই ক্ষেত্ৰত সফল হ’ব পৰা নাই।

প্ৰতিবেদন অনুসৰি কোম্পানীবোৰে সন্মুখীন হোৱা নতুন প্ৰকাৰৰ প্ৰৱঞ্চনাৰ ভিতৰত আছে “অসৎ ব্যৱসায়িক বিপদাশংকা (৬৭ শতাংশ), আইনী বিপদাশংকা (১৬ শতাংশ), চাইবাৰ ক্ৰাইম (৩১ শতাংশ), ইনচাইডাৰ ট্ৰেডিং (১৯ শতাংশ), আৰু আন বিপদাশংকা (৩৮ শতাংশ)।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd