• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়া যেন ‘পুনঃ অভিষেক‘! প্ৰত্যাৱৰ্তনক লৈ আৱেগিক পণ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2024 7:15 pm
Rishabh Pant IPL 2024
1.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ডেৰ বছৰজোৰা ‘বাধ্যতামূলক বিৰতি’ৰ অন্তত অৱশেষত খেলপথাৰলৈ প্ৰত্যাৱৰ্তন ঘটাবলৈ সাজু হৈছে তাৰকা ক্ৰিকেটাৰ ঋষভ পণ্ট। আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলুৱৈজনক পুনৰ খেলপথাৰত দেখিবলৈ পোৱা যাব।

এক ভয়ানক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ পৰা কথমপি ৰক্ষা পৰাৰ পিছত পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সময়ছোৱাত স্বাভাৱিকতেই আৱেগিক হৈ পৰিছে পণ্ট। আৱেগিক পণ্টে তেওঁৰ প্ৰত্যাৱৰ্তনক লৈ কয়, “আকৌ এবাৰ অভিষেক ঘটোৱা যেন অনুভৱ হৈছে।”

২০২২ চনৰ ডিচেম্বৰ মাহত পথ দুৰ্ঘটনাৰ পিছত খেলপথাৰৰ পৰা আঁতৰত থকা পণ্টক বিচিচিআইয়ে ১২ মাৰ্চত ক্লীন চিট প্ৰদান কৰিছিল। ১৪ মাহৰ বিৰতিৰ অন্তত উইকেটকীপাৰ বেটাৰগৰাকীয়ে আজি নিজ ফ্ৰেন্সাইজি দিল্লী কেপিটেলছৰ শিবিৰত যোগদান কৰে।

ক্ৰিকেটলৈ ঘূৰি আহি ভাবুক হৈ পৰা পণ্টে কয় যে তেওঁ এতিয়া যিদৰে উচ্ছাসিত, একেদৰে যথেষ্ট নাৰ্ভাচো। বিশেষকৈ দীৰ্ঘসময়ৰ পিছত পুনৰ ক্ৰিকেট খেলাটো এক অলৌকিক ঘটনা যেন লাগে বুলি মন্তব্য কৰে তাৰকাগৰাকীয়ে।

বিগত সময়ছোৱাত তেওঁলৈ সহায় তথা সমৰ্থন আগবঢ়োৱা বিচিচিআই আৰু নেশ্যনেল ক্ৰিকেট একাডেমীৰ কৰ্মচাৰীসকলৰ লগতে অনুৰাগীসকলকো ধন্যবাদ তথা কৃতজ্ঞতা প্ৰকাশ কৰে পণ্টে। “সকলোৰে মৰম আৰু সমৰ্থনে মোক অপৰিসীম শক্তি প্ৰদান কৰিছে।”- পণ্টে কয়।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd