• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত নিশ্চিত হোৱা নাই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নিৰাপত্তাঃ গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ খৰ্গেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2024 1:04 pm
Bharat Jodo Nyay Yatra Kharge Letter To Amit Shah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গুৱাহাটীত প্ৰৱেশত বাধা দিয়ে অসম আৰক্ষীয়ে। ইয়াক কেন্দ্ৰ কৰি কংগ্ৰেছ কৰ্মী আৰু অসম আৰক্ষীৰ জোৱানৰ মাজত সংঘৰ্ষৰো সূত্ৰপাত হয়।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰ যোগে খৰ্গেই ৰাহুল গান্ধী আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশ লোৱা কংগ্ৰেছ কৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাত গৃহমন্ত্ৰী শ্বাহৰ হস্তক্ষেপৰ আহ্বান জনায়।

Apply Now

উল্লেখ্য যে কালি সূত্ৰপাত হোৱা সংঘৰ্ষৰ পিছতে অসম আৰক্ষীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাহুল গান্ধী্সহ কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, অবৈধ সমাৱেশ, শান্তি ভংগ আদিৰ অভিযোগত এফআইআৰ দাখিল কৰে।

সংৰ্ষত কেইজনমান আৰক্ষী জোৱান আহত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰক্ষীৰ হাতত প্ৰহৃত হয়। গৃহমন্ত্ৰীলৈ লিখা পত্ৰত খৰ্গেই এনে কেতবোৰ দৃষ্টান্তৰ উদাহৰণেৰে অসম আৰক্ষীয়ে পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত বিফল হোৱা বুলি উল্লেখ কৰিছে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে বিজেপি কৰ্মীৰ দ্বাৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ বাহনত আক্ৰমণ আৰু অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিক আক্ৰমণ কৰাৰ কথা উল্লেখ কৰে পত্ৰখনত। লগতে বিজেপি কৰ্মীয়ে ৰাহুল গান্ধীৰ বাহন আগচি ধৰা ঘটনাকো আঙুলিয়াই দিয়ে খৰ্গেই।

Shri @RahulGandhi and the #BharatJodoNyayYatra has faced serious security issues in Assam in the last few days.

My letter to Home Minister, Shri @AmitShah underlining the same. pic.twitter.com/FHLG5pg5Bz

— Mallikarjun Kharge (@kharge) January 24, 2024

এই সকলো পৰিঘটনাতে অসম আৰক্ষীয়ে বিজেপি কৰ্মীসকলক ৰাহুল গান্ধী তথা তেওঁৰ সহযোগীসকলৰ নিৰাপত্তাৰ ভংগ কৰাত অনুমতি দিয়া বুলি খৰ্গেই অভিযোগ কৰিছে। সামাজিক মাধ্যমত প্ৰমাণ থকাৰ পিছতো এইবোৰ কাণ্ডৰ সৈতে জড়িত কোনো এজনকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও অভিযোগ কৰে খৰ্গেই।

পৰিকল্পনা অনুসৰি যাত্ৰা আগবঢ়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে যাতে ৰাহুল গান্ধী বা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যিকোনো সদস্যৰ ক্ষেত্ৰত এনে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় বুলি নিশ্চিত কৰে, তাৰ বাবে খৰ্গেই গৃ্হমন্ত্ৰীগৰাকীক হস্তক্ষেপৰ অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd