DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 14, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নদীদ্বীপ মাজুলীলৈ চলিব ৰে’ল! জৰীপ চলিছে দুটাকৈ ৰে’লপথৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2019 9:29 am
Represented Image Majuli Rail

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইন্টাৰনেট

2.7k
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীলৈ অদূৰ ভবিষ্যতে হ’ব পাৰে ৰে’ল সংযোগ। ইতিমধ্যে ভাৰতীয় ৰে’লৱে মাজুলীলৈ ৰে’ল চলাচল সন্দৰ্ভত জৰীপৰ কাম আৰম্ভ কৰিছে। ৰে’লৱে ব’ৰ্ডৰ সদস্য মুকেশ কুমাৰে প্ৰকাশ কৰা অনুসৰি মাজুলীলৈ প্রাথমিকভাৱে দুটা ৰে’লপথৰ প্ৰস্তাৱ হাতত লোৱা হৈছে।

MAJULI
উৎস-ইণ্টাৰনেট

প্ৰস্তাৱিত পথ দুটা হ’ল হাৰমতীৰ পৰা বিহপুৰীয়া হৈ মাজুলী আৰু আনটো হ’ল গোগামুখ-ঢকুৱাখানা-কমলাবীৰ-গড়মুৰ হৈ যোৰহাট।

দুয়োটা পথৰ জৰীপৰ কামৰ বাবে ২০১৭-২০১৮ আৰু ২০১৬-২০১৭ চনৰ বিত্তীয় বৰ্ষৰ বিত্তীয় বাজেটতে ধন অনুমোদন জনোৱা হৈছিল। পথ দুটাৰ জৰীপৰ প্ৰতিবেদন লাভ কৰাৰ পাছত ৰে’লৱে ব’ৰ্ডে সকলো দিশ পৰ্যালোচনা কৰি ৰে’লপথ নিৰ্মাণৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব বুলি মুকেশ কুমাৰে মত প্ৰকাশ কৰে বুলি অসমীয়া দৈনিক জনমভূমি বাতৰি কাকতত খবৰ প্ৰকাশ পাইছে।

Majuli-new-990x494
উৎস-ইণ্টাৰনেট

উল্লেখযোগ্য যে, মাজুলীলৈ ইতিমধ্যে চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে দলং নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নদীদ্বীপটোলৈ ৰে’ল সংযোগ সম্ভৱ হৈ উঠিলে নদীদ্বীপ জিলাখনৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত সন্মুখিন হৈ অহা দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি লাভ কৰিব বুলি আশা কৰা হৈছে।

Recent News

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

Salman Rushdie

কিয় ইছলামিক বিশ্বৰ চকুৰ কূটা, দাঁতৰ শূল হৈ পৰিছিল ছলমান ৰুশ্বদী!

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

Indian National Flag

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা: আজি, কালি আৰু কাইলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd