• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিয়ানক ‘সম্ভাৱনাযুক্ত ছুপাৰষ্টাৰ’ আখ্যা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডিন জোনছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2019 8:59 am
Riyan & Dean Jones
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ১৭ বছৰ বয়সতে আই পি এলত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে অসম সন্তান ৰিয়ান পৰাগৰ নাম এতিয়া চৰ্চাত আছে বিশ্ব ক্ৰিকেটত। প্ৰথমবাৰৰ বাবে আই পি এল খেলা ৰিয়ানে চলিত ছিজনত ৰাজস্থানৰ হৈ দেখুওৱা পৰাক্ৰমী বেটিঙৰ বাবে ক্ৰিকেট বিশেষজ্ঞসকলৰ মুখে মুখে এতিয়া ৰিয়ানৰ নাম।

চলিত ছিজনত ৰিয়ানে ৭ খন মেচ খেলি ১৬০ ৰান সংগ্ৰহ কৰিছে। য’ত আছে এটা ইতিহাস সৃষ্টিকাৰী অৰ্ধশতকীয় ইনিংছ। ৰিয়ানে দিল্লীৰ বিৰুদ্ধে খেলা অৰ্ধশতকীয় ইনিংছটো আছিল আই পি এলৰ ইতিহাসত আটাইতকৈ কনিষ্ঠতম খেলুৱৈয়ে খেলা অৰ্ধশতক।

Apply Now

তদুপৰি ৰিয়ানে দলৰ বিপদৰ সময়ত এজন অনুভৱী বেটছমেনৰ ৰূপতো ক্ৰিজত থিয় দিয়া দেখা গৈছিল। ৰাজস্থান ৰয়েলছে লীগৰ অন্তিমখন মেচত সন্মুখীন হোৱা বেটিং বিপৰ্যৰ সময়ত দলৰ ত্ৰাণকৰ্তাৰ ৰূপত আছিল ৰিয়ান। অভিষেক ছিজনতে ৰিয়ানে বিস্ফোৰক, ধৈৰ্যশীল তথা এগৰাকী অনুভৱী ক্ৰিকেটাৰৰ দৰে কৰা আচৰণে ভৱিষ্যতে এগৰাকী সুদক্ষ ক্ৰিকেটাৰ হোৱাত সহায়ক হ’ব বুলি মন্তব্য কৰিছে ক্ৰিকেট বিশেষজ্ঞ তথা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডিন জোনছে।

প্ৰাক্তন ক্ৰিকেটাৰ ডিন জোনছে ‘সম্ভাৱনাযুক্ত ছুপাৰষ্টাৰ’ হিচাপে আখ্যা দিছে ৰিয়ানক। তেওঁ লগতে কয় যে তীব্ৰ চাপ পোৱাৰ পাছতো ৰিয়ানে দিল্লীৰ বিৰুদ্ধে খেলা ইনিংছটোৱে তেওঁৰ ভিতৰত থকা প্ৰতিভা আৰু মানসিক শক্তিৰ উমান দিয়ে।

‘ৰিয়ান পৰাগ এগৰাকী সাংঘাতিক প্ৰতিভাধৰ ছুপাৰষ্টাৰ। মই ভাবো ৰিয়ানে খেলপথাৰৰ চাৰিওদিশে ষ্ট্ৰোক খেলিব পাৰিব। তেওঁ বেকফুট, ফ্ৰণ্টফুট সকলোতে ভাল’। ইণ্ডিয়া টুডেত প্ৰকাশিত ডিন জোনছৰ এই মন্তব্য।

ইয়াৰ উপৰি ডিন জোনছে ৰিয়ান পৰাগক ক্ৰিকেট বিশ্বৰ আটাইতকৈ আক্ৰমণাত্মক তথা ৩৬০ ডিগ্ৰী বেটছমেন হিচাপে পৰিচিত দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছৰ লগতো তুলনা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd