• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইপিএলত অৰ্ধশতক কৰা কনিষ্ঠতম খেলুৱৈ হিচাপে ৰিয়ান পৰাগৰ অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2019 7:20 pm
RIyan_Parag04052019_0

অভিলেখ সৃষ্টিৰ পথত ৰিয়ান পৰাগ। ফটো : বিচিচিআইৰ সৌজন্যত

2.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসমৰ ৰিয়ান পৰাগে শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন খেলত আইপিএলত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কনিষ্ঠতম খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা খেলখনত ৰাজস্থান ৰয়েলছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ১১৯ ৰাণ সংগ্ৰহ কৰে।

ৰিয়ানে তেওঁৰ এই প্ৰথম অৰ্ধশতকটো কৰিছে মাত্ৰ ১৭ বছৰ ১৭৫ দিন বয়সত। ৰিয়ানে আইপিএলত ২০১৩ চনত ১৮ বছৰ ১৬৯ দিন বয়সত অৰ্ধশতক অৰ্জন কৰি কনিষ্ঠতম খেলুৱৈৰ অভিলেখ গঢ়া সঞ্জু ছেম্পছনৰ পূৰ্বৰ অভিলেখটো আজি ভংগ কৰে।

ৰিয়ান পৰাগে ৪৯ টা বলত ৫০ ৰাণ কৰি অভিলেখ গঢ়াৰ পাছত  ৰাজস্থান ৰয়েলছৰ ইনিংছৰ শেষৰটো বলত ট্ৰেন্ট ব’ল্টৰ বলত শ্বেৰফেন ৰাডাৰফ’ৰ্ডৰ হাতত কট দি বিদায় লয়।

ৰিয়ানে তেওঁৰ অভিলেখকাৰী অৰ্ধশতকৰ ইনিংছটোত চাৰিটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰী কোবায়। ৰিয়ানে দলৰ জ্যেষ্ঠ তথা খ্যাতিমান বেটছমেনসকলে ব্যৰ্থতা প্ৰদশৰ্ন কৰাৰ মাজতে তেওঁৰ অভিলেখ ভংগকাৰী ৰাজকীয় ইনিংছটো সজাই তোলে।

চলিত বৰ্ষত আইপিএলত স্থান লাভ কৰা ৰিয়ান পৰাগে ইতিমধ্যে সাতখন মেচ খেলি গড়ে ৪০ ৰাণকৈ মুঠতে ১৬০ ৰাণ সংগ্ৰহ কৰিছে। তদুপৰি, ৰিয়ানে ১২৮.০ ষ্ট্ৰাইক ৰেটেৰে তেওঁৰ এই ৰাণখিনি সংগ্ৰহ কৰিছে।

আনহাতে লেগ ব্ৰেক ব’লাৰ হিচাপে বলিং কৰা ৰিয়ানে আজিৰ খেলখনৰ পূৰ্বে দুটা উইকেটো লাভ কৰিছে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd