• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইপিএলত অৰ্ধশতক কৰা কনিষ্ঠতম খেলুৱৈ হিচাপে ৰিয়ান পৰাগৰ অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2019 7:20 pm
RIyan_Parag04052019_0

অভিলেখ সৃষ্টিৰ পথত ৰিয়ান পৰাগ। ফটো : বিচিচিআইৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসমৰ ৰিয়ান পৰাগে শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন খেলত আইপিএলত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কনিষ্ঠতম খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা খেলখনত ৰাজস্থান ৰয়েলছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ১১৯ ৰাণ সংগ্ৰহ কৰে।

ৰিয়ানে তেওঁৰ এই প্ৰথম অৰ্ধশতকটো কৰিছে মাত্ৰ ১৭ বছৰ ১৭৫ দিন বয়সত। ৰিয়ানে আইপিএলত ২০১৩ চনত ১৮ বছৰ ১৬৯ দিন বয়সত অৰ্ধশতক অৰ্জন কৰি কনিষ্ঠতম খেলুৱৈৰ অভিলেখ গঢ়া সঞ্জু ছেম্পছনৰ পূৰ্বৰ অভিলেখটো আজি ভংগ কৰে।

Apply Now

ৰিয়ান পৰাগে ৪৯ টা বলত ৫০ ৰাণ কৰি অভিলেখ গঢ়াৰ পাছত  ৰাজস্থান ৰয়েলছৰ ইনিংছৰ শেষৰটো বলত ট্ৰেন্ট ব’ল্টৰ বলত শ্বেৰফেন ৰাডাৰফ’ৰ্ডৰ হাতত কট দি বিদায় লয়।

ৰিয়ানে তেওঁৰ অভিলেখকাৰী অৰ্ধশতকৰ ইনিংছটোত চাৰিটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰী কোবায়। ৰিয়ানে দলৰ জ্যেষ্ঠ তথা খ্যাতিমান বেটছমেনসকলে ব্যৰ্থতা প্ৰদশৰ্ন কৰাৰ মাজতে তেওঁৰ অভিলেখ ভংগকাৰী ৰাজকীয় ইনিংছটো সজাই তোলে।

চলিত বৰ্ষত আইপিএলত স্থান লাভ কৰা ৰিয়ান পৰাগে ইতিমধ্যে সাতখন মেচ খেলি গড়ে ৪০ ৰাণকৈ মুঠতে ১৬০ ৰাণ সংগ্ৰহ কৰিছে। তদুপৰি, ৰিয়ানে ১২৮.০ ষ্ট্ৰাইক ৰেটেৰে তেওঁৰ এই ৰাণখিনি সংগ্ৰহ কৰিছে।

আনহাতে লেগ ব্ৰেক ব’লাৰ হিচাপে বলিং কৰা ৰিয়ানে আজিৰ খেলখনৰ পূৰ্বে দুটা উইকেটো লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd