• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰিয়ান পৰাগৰ বিস্ফোৰক চেঞ্চুৰী; দুয়োটা ইনিংছত অৰ্জন দৰ্শনীয় শতৰাণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 23, 2019 6:21 pm

1 min read

riyan-parag-assam-cricketer-696x464

ৰাহুল ড্ৰাবিডৰ সৈতে ৰিয়ান পৰাগৰ । উৎস-ইণ্টাৰনেট

22.7k
VIEWS
Share on FacebookShare on Twitter

আই পি এলৰ দৰ্শনীয় প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি ঘৰুৱা ক্ৰিকেটত শনিবাৰে অনুষ্ঠিত হোৱা এখন খেলত বিস্ফোৰক শতৰাণ অৰ্জন কৰে অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে।

গুৱাহাটী আৰু গোলাঘাটৰ মাজত জজ খেলপথাৰত অনুষ্ঠিত হোৱা নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুৱাহাটীয়ে প্ৰথমে বেট ধৰি ৰিয়ান পৰাগৰ বিস্ফোৰক শতৰাণ আৰু গকুল শৰ্মাৰ শতৰাণৰ সহায়ত বৃহৎ ৩৬৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

তৰুণ বেটছমেন ৰিয়ানে মাত্ৰ ৮৯ টা বলত ২২ টা চাৰি আৰু এটা ছয়েৰে ১১১ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে গকুল শৰ্মাই ১৮৯ টা বলত ২২ টা চাৰিৰে সংগ্ৰহ কৰে ১৪০ ৰাণ।

গোলাঘাটৰ হৈ বলিঙত আদৰ্শ শইকীয়াই চাৰিটা, বিক্ৰম ৰাৱাট আৰু হৰি প্ৰসাদে ক্ৰমে দুটাকৈ উইকেট দখল কৰে।

আনহাতে, গুৱাহাটীৰহৈ দ্বিতীয় ইনিংছতো শতৰাণ অৰ্জন কৰে ৰিয়ান পৰাগে। ৰিয়ানে দ্বিতীয় ইনিংছতো ১১৪ ৰাণৰ শতকীয় ইনিংছ উপহাৰ দিয়ে দলক।

উল্লেখযোগ্য যে, আই পি এল সমাপ্ত কৰি আহিয়ে ৰিয়ানে কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত এখন স্কুল টুৰ্ণামেণ্টত বিস্ফোৰক শতৰাণ অৰ্জন কৰিছিল।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd