• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অদম্য ৰিয়ানঃ দলীয় ব্যৰ্থতা নেওচি কেৰালাৰ বিৰুদ্ধে দুৰন্ত শতক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2024 1:10 am
Riyan Parag
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতীয় দলত স্থান লাভৰ বাবে নিৰ্বাচকক সন্তুষ্ট কৰিব নোৱাৰিলেও ঘৰুৱা ক্ৰিকেটত নিজৰ অদম্য গতি অব্যাহত ৰাখিছে অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি পুনৰ উজলি উঠিল যুৱ তাৰকাগৰাকী।

কেৰালাৰ বিপক্ষে বৰ্ষাপাৰাত চলি থকা ৰঞ্জী ট্ৰফীৰ গ্ৰুপ মেচত আজি অসমৰ সামগ্ৰিক ব্যৰ্থতাৰ মাজতো প্ৰায় অকলেই যুঁজ দি ৰিয়ানে খেলে এক এক দৰ্শনীয় শতকীয় ইনিংছ। ৰিয়ানৰ এই বেটিং বিক্ৰমৰ বাবেই বৰ্ষাপাৰাত সন্মান ৰক্ষা হয় অসমৰ।

Apply Now

মেচখনত প্ৰথমে বেট ধৰি কেৰালাই শীৰ্ষক্ৰমৰ বেটাৰসকলৰ অনবদ্য প্ৰদৰ্শনৰ সুবাদত প্ৰথম ইনিংছত সংগ্ৰহ কৰে ৪১৯ ৰাণ। দলটোৰ হৈ শচীন বেবীয়ে সৰ্বাধিক ১৩১, অধিনায়ক ৰোহন কুন্নুম্মালে ৮৩, কৃষ্ণ প্ৰসাদে ৮০ আৰু ৰোহন প্ৰেমে ৫০ ৰাণ সংগ্ৰহ কৰে।

অসমৰ হৈ মুখতাৰ হুছেইন আৰু ৰাহুল সিঙে ৩ টাকৈ, সিদ্ধাৰ্থ শৰ্মাই ২টা আৰু আকাশ সেনগুপ্তাই এটা উইকেট লাভ কৰে। কেৰালাৰ এই শক্তিশালী স্থিতিৰ বিপৰীতে অসমে তৃতীয় দিনৰ সমাপ্তিলৈকে ৭ উইকেটত ২৩১ ৰাণ সংগ্ৰহ কৰিছে।

হাতত তিনিটা উইকেট বাকী থকা অৱস্থাত অসম এতিয়াও ১৮৮ ৰাণত পিছপৰি আছে। কেৰালাৰ বলিং আক্ৰমণৰ মোকাবিলা কৰাত অসমৰ প্ৰায়কেইগৰাকী বেটাৰেই ব্যৰ্থ হয়। দলীয় এই ব্যৰ্থতা নেওচি ৰিয়ানে খেলে ১১৬ ৰাণৰ অধিনায়কোচিত এক দুৰন্ত ইনিংছ।

ৰিয়ানে ১২৫ বলৰ সন্মুখীন হৈ ১৬ টা চাৰি আৰু ৩ টা ছয়েৰে এই চমকপ্ৰদ ইনিংছটো সজায়। তেওঁৰ বাদে অপেনাৰ ঋষভ দাসৰ বেটৰ পৰা আহে ৩১ ৰাণ। দিনটোৰ খেল সামৰণিৰ পৰলৈ আকাশ সেনগুপ্তা ১১ আৰু মুখতাৰ হুছেইন ১৯ ৰাণত অপৰাজিত থাকে।

উল্লেখ যে চলিত ৰঞ্জী ছিজনৰ ক্ৰমাগত দুখন মেচত ৰিয়ানৰ এয়া দ্বিতীয়টো শতক। গ্ৰুপৰ প্ৰথমখন মেচতো ৰিয়ানে ছত্তীশগড়ৰ বিপক্ষে মাত্ৰ ৮৭ টা বলত খেলিছিল ১৫৫ ৰাণৰ এক মাৰমুখী ইনিংছ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd