• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজয় হাজাৰে ট্ৰফীত ৰিয়ান পৰাগৰ ১১৬ টা বলত ১৭৪ ৰাণৰ বিস্ফোৰক ইনিংছ; মুগ্ধ ক্ৰিকেট অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2022 6:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থান ৰয়েলছে সোমবাৰে বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত ১৭৪ ৰাণ সংগ্ৰহ কৰা মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগৰ বাবে এক চুপাৰহিৰো ষ্টাইলৰ  পোষ্ট শ্বেয়াৰ কৰি অভিনন্দন জনায়। পৰাগে কোৱাৰ্টাৰ ফাইনেলত ৩৫১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১১৬ টা বলত ১২ টা চাৰি আৰু ১২ টা ছয়েৰে ১৭৪ ৰাণৰ বিস্ফোৰক ইনিংছ খেলে। অসমৰ হৈ তেওঁৰ দুৰ্দান্ত ইনিংছে বিজয় সহজ কৰি তোলে।

প্ৰথমবাৰৰ বাবে বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱাৰ পিছত জম্মু-কাশ্মীৰে অসমক ৩৫১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। ৰিয়ান পৰাগ আকৌ এবাৰ প্ৰতিযোগিতাখনত দলৰ বাবে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়।

Apply Now

গ্ৰুপ পৰ্যায়ত তেওঁ পূৰ্বে প্ৰতিযোগিতাখনত দুটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰিছে। পৰাগে কোৱাৰ্টাৰ ফাইনেলতো দলৰ প্ৰয়োজনত নিজৰ আক্ৰমণাত্মক ধাৰা অব্যাহত ৰাখে।

ৰাজস্থান ৰয়েলছে পৰাগক এটা পোষ্টৰ জৰিয়তে তেওঁৰ অবিশ্বাস্য প্ৰয়াসৰ বাবে অভিনন্দন জনাইছে য’ত মিডল অৰ্ডাৰ বেটছমেনজনে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ (এমচিইউ) চুপাৰহিৰো, আইৰণ মেন, হাল্ক আৰু কেপ্টেইন আমেৰিকাৰ দৰে অৱতাৰ লোৱা দেখা গৈছে।

how J&K bowlers saw Riyan today: pic.twitter.com/hsEJbjg7gt

— Rajasthan Royals (@rajasthanroyals) November 28, 2022

“জম্মু-কাশ্মীৰৰ বলাৰসকলে আজি ৰিয়ানক কেনেদৰে দেখিছিল,” যুৱ ক্ৰিকেটাৰজনক অভিনন্দন জনাই ৰাজস্থান ৰয়েলছে টুইটাৰত লিখিছিল।

পৰাগে অসমক বিজয় হাজাৰে ট্ৰফী ২০২২-ৰ ছেমিফাইনেলত উপনীত হোৱাত সহায় কৰিছে আৰু তেওঁৰ দুৰন্ত ফৰ্মেৰে দলটোক আগলৈ লৈ যাব বুলি আশা কৰা হৈছে।

𝘈𝘴𝘴𝘢𝘮 𝘩𝘢𝘪, 𝘢𝘢𝘴𝘢𝘢𝘯 𝘯𝘢𝘩𝘪. 👏👏 pic.twitter.com/dIbFwk7AOk

— Rajasthan Royals (@rajasthanroyals) November 28, 2022

বহুতে ৰিয়ানক ২০২৩ ৰ নিলামৰ বাবে ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা স্বত্বেও তেওঁক আই পি এলত স্থান দিয়া ৰাজস্থান ৰয়েলছে এটা পৃথক টুইটত লিখিছে,  “আসাম হে, আসান নেহী’’।

উল্লেখ্য যে অসমৰ উপৰিও কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু সৌৰাষ্ট্ৰই বিজয় হাজাৰে ট্ৰফী ২০২২ৰ ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd