• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাগিন ৰিয়ানৰ প্ৰদৰ্শনক লৈ সুখী ‘মামা’ জুবিনে কি ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2019 6:05 pm
Zubeen-Garg-and-Riyan-Parag

ফটো উৎস : ফেচবুক

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰা অসমৰ ৰিয়ান পৰাগৰ প্ৰতিভাক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। আই পি এলৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা কনিষ্ঠতম খেলুৱৈ গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ক্ৰিকেট বিশেষজ্ঞসকলৰ লগতে অসমৰ সংগীত জগতৰ আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।

জনপ্ৰিয় গায়ক জুবিনে দেওবাৰে শিৱসাগৰৰ চেপনত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত সংগীতানুষ্ঠান পৰিৱেশন কৰি সাংবাদিকৰ আগত ৰিয়ানৰ প্ৰদৰ্শনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, ‘মই বিৰাট সুখী, ৰিয়ানে পঞ্চাছ মাৰিছে। সি মোৰ ভাগিন হয়। সেয়ে শনিবাৰৰ দিনটো মই বহু আনন্দত আছিলো’।

Apply Now

উল্লেখ্য যে যোৱা শনিবাৰে আই পি এলৰ এখন খেলত ৰিয়ানে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতকীয় ইনিংছটো খেলিছিল। ইয়াৰ লগে লগে তেওঁ আই পি এলৰ ইতিহাসত সৰ্বকনিষ্ঠ অৰ্ধশতক অৰ্জনকাৰী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ৰিয়ানৰ পূৰ্বে এই ৰেকৰ্ডৰ অধিকাৰী আছিল ৰাজস্থান ৰয়েলছৰ হৈয়ে খেলা সঞ্জু ছেমছনৰ নামত।

আই পি এলৰ চলিত ছিজনত ৰিয়ানে ৭খন খেলত অংশ লৈ মুঠ ১৬০ ৰান সংগ্ৰহ কৰাৰ উপৰি তিনিটা উইকেটো লাভ কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ মাত্ৰ ১৭ বছৰ বয়সতে আই পি এলৰ দৰে এখন আগশাৰীৰ ক্ৰিকেট টুৰ্নামেণ্টত আগবঢ়োৱা এনেধৰণৰ চমকপ্ৰদ প্ৰদৰ্শনে ভৱিষ্যতে ৰিয়ানক এগৰাকী দক্ষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱাত সহায় কৰিব বুলি অষ্ট্ৰেলিয়াৰ ষ্টাৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথ, ক্ৰিকেট বিশেষজ্ঞ হাৰ্চা ভোগলে আদিৰ দৰে বহুতো প্ৰাক্তন ক্ৰিকেটাৰে মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নিউজ, নৰ্থ-ইষ্ট নাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd