DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ দগাঁওৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনা বাহিনীৰ গাড়ীৰ খুন্দাত নিহত প্ৰকল্প বিষয়া

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
June 23, 2021 2:19 pm
ra
430
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে পুৱাই বিশ্বনাথৰ দগাঁওৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনা বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটি আৰোহী।

নিহত আৰোহী গৰাকী বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ নগৰ প্ৰকল্প বিষয়া ৰাজীৱ আহমেদ বুলি জানিব পৰা গৈছে ।

ধুবুৰী নিবাসী ৰাজীৱ আহমেদ কৰ্মসূত্ৰে বিশ্বনাথ চাৰিআলিৰ পৌৰসভাৰ এগৰাকী বিষয়া হিচাপে নিয়োজিত আছিল ।

কিন্তু, আজি পুৱা সেনা বাহিনীৰ গাড়ীখনে অভাৰটেক কৰিবলৈ গৈ সংঘটিত কৰে এই দুৰ্ঘটনা ।
দুৰ্ঘটনাগ্ৰস্ত স্কুটিৰ নম্বৰটো AS 32 4764।

আনহাতে স্কুটি আৰোহী জনক দুৰ্ঘটনাস্থলীৰ কাষতে এখন ব্যক্তিগত চিকিৎসালয়ত লৈ যোৱা হৈছিল যদিওঁ চিকিৎসকে স্কুটি আৰোহীজন মৃত্যু হোৱা বুলি ঘোষণা কৰে ।

Recent News

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Himanta Biswa Sarma on Child Marriage

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি: কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd