• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত একেটা স্থানতে অগা-পিচাকৈ দুটাকৈ পথ দুৰ্ঘটনা: এজনৰ মৃত্যু, পাঁচজন আহত

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 20, 2021 6:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ ভোছামাৰীত যোৱা সন্ধিয়া সংঘটিত দুটাকৈ পৃথক পৃথক পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু হোৱাৰ বিপৰীতে এখন ই- ৰিক্সাৰ পাঁচগৰাকী যাত্ৰী কম- বেছি পৰিমাণে আহত হয় ৷

ৰাখালডুবিৰ দিশৰ পৰা বঙাইগাঁৱৰ দিশে আহি থকা এ এচ ০১ বি কিউ ০২১০ নম্বৰৰ এখন মাৰুতী আৰু ৰাখালডুবিৰ দিশে গৈ থকা এখন ই – ৰিক্সাৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত ই- ৰিক্সাখনত থকা চাৰিগৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন এজন যাত্ৰীও আহত হয় ৷

পিচত আহতসকলক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰে ৷

Apply Now

দুৰ্ঘটনাটোত ডালিম ৰায়(৪৬), নীৰেন বৰুৱা(৫০), মিনাক্ষী ৰায় (৩৫) আৰু অনিতা ৰায় (২৫) আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয় ৷
আহতসকলৰ ঘৰ জিলাখনৰ অভয়াপুৰী থানাৰ অন্তৰ্গত সোণাখুলী আৰু চাৰিপুনীয়াত বুলি জানিব পৰা গৈছে ৷

আনহাতে একেটা স্থানতে কিছু সময় পিছতে সংঘটিত হয় আন এক দুৰ্ঘটনা ৷ এজন চাইকেল আৰোহীক ৰাখালডুবি অভিমুখে গৈ থকা চাৰিচকীয়া বাহনে খুন্দিয়াই থৈ যায় ৷

পিছত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে ৷

মৃত লোকজন বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত ২ নং সোণাখুলীৰ মংগল সিং ৰায় (৫১) বুলি চিনাক্ত কৰা হয় ৷

যান বাহন আৰক্ষীয়ে জানিবলৈ দিয়া মতে ই- ৰিক্সাখনে পথৰ ভুল দিশেৰে গৈ থকাৰ বাবে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ৷

আনহাতে ৰাখালডুবিৰ দিশে গৈ থকা চাইকেল আৰোহীজনে উক্ত স্থান পোৱাত পথৰ সোঁফালে কিছু সময় পূৰ্বে সংঘটিত হোৱা পথ দুৰ্ঘটনাস্থলীলৈ বুলি বাওঁফালৰ পৰা পথ অতিক্ৰম কৰি আহিবলৈ লোৱাৰ সময়তে ৰাখালডুবিৰ দিশে তীব্ৰ বেগে গৈ থকা এখন চাৰিচকীয়া বাহনে লোকজনক খুন্দিয়াই থৈ পলায়ন কৰে ৷

অৱশ্যে লোকজনক খুন্দিয়াই থৈ যোৱা বাহনখনৰ নম্বৰপ্লেট এখন উক্তস্থানত পৰি যোৱাত স্থানীয় লোকে নম্বৰপ্লেটখন উদ্ধাৰ কৰি পিছত যান বাহন আৰক্ষীক চমজাই দিয়ে ৷

উদ্ধাৰ হোৱা নম্বৰপ্লেটখন অনুসৰি বাহনখনৰ নম্বৰ হ’ল এ এচ ০১ এ ৱাই ৭২৮২ ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd