• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত পুনৰ পথ দুৰ্ঘটনা; বেলেন’ৰ খুন্দাত প্ৰাণ গ’ল এজনৰ

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , June 27, 2019 1:21 pm

1 min read

কলিয়াবৰত পুনৰ পথ দুৰ্ঘটনা; বেলেন’ৰ খুন্দাত প্ৰাণ গ’ল এজনৰ
2.1k
VIEWS
Share on FacebookShare on Twitter

এটাৰ পিছত আনটো সংঘটিত হ’বলৈ ধৰা পথ দুৰ্ঘটনাই এতিয়া কলিয়াবৰ অঞ্চলৰ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।
বুধবাৰে সন্ধিয়া কলিয়াবৰৰ নলতলিত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী মহিলাই প্ৰাণ হেৰুৱাৰ কেই ঘণ্টামানৰ পিছতে নিশা সংঘটিত আন এক দুৰ্ঘটনাত পুনৰ এজন লোক নিহত হয়।

প্ৰাপ্ত তথ্য মতে কলিয়াবৰৰ হাটবৰত নিশা এখন দ্ৰুতবেগী মাৰুতি বেলেন’ গাড়ীয়ে মহতিয়াই নিয়াত মুকুল শইকীয়া (৫০) নামৰ হাটবৰ, বৰিগাঁৱৰ নিবাসী লোকজনে থিতাতে প্ৰাণ হেৰুৱায়।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি এ এছ ১২ এক্স ৩১৫৮ নম্বৰৰ মাৰুতি বেলেন’খনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই খোজৰে গৈ থকা মুকুল শইকীয়াক প্ৰচণ্ড জোৰত খুন্দা মাৰে।

দুৰ্ঘটনাৰ খবৰ পাই জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত তেওঁক জখলাবন্ধা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে। পিছত তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰাৰ লগতে চালকজনকো আটক কৰে বুলি জানিব পৰা গৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd