DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ চহৰৰ জেডি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ গাড়ীত খুন্দা মাৰিলে ক্ৰেটা বাহনে 

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
July 22, 2022 5:44 pm
91
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ জেডি ৰোডত ঘটিছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।কোকৰাঝাৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ গাড়ীত খুন্দা মাৰিলে -26-D-8221 নম্বৰৰ ক্ৰেটা বাহনে ।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ AS-16 H-6416 নম্বৰৰ ইন’ভা বাহনক খুন্দিয়ালে AS-26-D-8221 নম্বৰৰ ক্ৰেটা বাহনে ।

বডোলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰ চহৰৰ দক্ষিণ দিশৰ পৰা অহা AS-26-D-8221 নম্বৰৰ ক্ৰেটা বাহনখনে মহতিয়াই নিয়ে স্কুটিসহ পাঁচখনকৈ বাহনক ।

এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে বহু পথচাৰীৰ ।

দুৰ্ঘটনা ঘটোৱা কৰা বাহনৰ চালক টিকেন ব্ৰহ্মক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।

অৱশ্যে দুৰ্ঘটনা ঘটাৰ সময়ত গাড়ীত নাছিল মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ইনভা গাড়ীখন পাৰ্কিং কৰি থোৱা আছিল ।

পাৰ্কিং কৰি থোৱা অৱস্থাতে পিছপিনৰ পৰা বাহন খন মহটিয়াই লৈ যায় দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনে ।

এই ঘটনাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ইনভা গাড়ীখনৰ ব্যাপক ক্ষতি ।

Recent News

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd