• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি পথ অৱৰোধ 

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , August 23, 2019 10:01 pm

1 min read

Margherita

মাৰ্ঘেৰিটাত দুৰ্ঘটনাত প্ৰাণ হেৰুৱা যুৱকগৰাকী

2.2k
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত টাউন হাইস্কুলৰ সন্মুখত বিগত ১৯ আগষ্টত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ৰিংকুমণি বৰা (২২) নামৰ এগৰাকী যুৱক গুৰুতৰভাৱে আহত হৈছিল।

ডিগবৈ পৰা মাৰ্ঘেৰিটা অভিমুখে গৈ থকা এ এছ ০১ ডিডি ২০৩৭ নম্বৰৰ ট্ৰাক এখনে এ এছ ২৩ ইউ ৭৭৭৩ নম্বৰৰ মটৰ চাইকেলখনত খুন্দা মৰাৰ ফলতে মাৰ্ঘেৰিটা ১ নং মাকুম পথাৰ পুৰনা আৰ্মী কেম্পৰ সন্মুখৰ নিবাসী ৰিংকুমণি বৰা নামৰ যুৱকজন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈ সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিবলগা হৈছিল।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে সৈতে যুঁজি থকা ৰিংকুমণিৰ আজি চিকিৎসালয়তে মৃত্যু হয়।

শুকুৰবাৰে সন্ধিয়া যুৱকজনৰ মৃতদেহ মাৰ্ঘেৰিটাৰ নিজা বাসগৃহ আহি উপস্থিত হোৱাৰ  লগে লগে এক শোকাকুল পৰিবেশ বিৰাজ কৰে।

একাংশ উত্তেজিত স্থানীয় লোকে যুৱকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত কিছু সময়ৰ বাবে মাৰ্ঘেৰিটাৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে যদিও আন একাংশ সচেতন ৰাইজৰ বুজনিত পথ অৱৰোধ কাৰ্য্যসূচী পৰিহাৰ কৰে।

ইতিমধ্যে, যুৱকজনৰ শেষকৃত সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিয়ালৰ লোকে৷ উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা দিনাখনে মাৰ্ঘেৰিটা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd