• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰষুণৰ বাবে নুমলীগড়ত কৃত্ৰিম বান : সাময়িকভাৱে বন্ধ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ যাতায়ত

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , April 30, 2019 3:57 pm

1 min read

IMG-20190430-WA0038

নুমলীগড়ত কৃত্ৰিম বান। ফটো : নৰ্থইষ্ট নাও

2.5k
VIEWS
Share on FacebookShare on Twitter

নেৰানেপেৰা বৰষুণৰ বাবে প্লাৱিত হৈছে বোকাখাত মহকুমাৰ নুমলীগড়ৰ বিস্তীৰ্ণ অঞ্চল। বৰষুণৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দিশৰ নুমলীগড় চাহ বাগিছাৰ পৰা হিলদল ভাঙি বৈ অহা পানীৰ সোঁতে বহুজনৰ বাসগৃহ বুৰাই পেলাইছে।

নিশা প্ৰায় ২বজাৰ পৰা অহা এই ঢলে নুমলীগড়ত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বহু লোকৰ ঘৰৰ ভিতৰলৈ পানীৰ ঢল সোমাইছে। আকস্মিকভাৱে অহা এই ঢলৰ বাবে ঘৰৰ ভিতৰৰ সামগ্ৰীসমুহো বহ লোকে সামৰিবলৈ সময় নাপালে।

ঘৰৰ বস্তু তেনেকেই এৰি একঁকাল পানী আৰু প্ৰচণ্ড বৰষুণৰ মাজেৰে মাজ নিশাৰ পৰা মহিলা আৰু শিশু সকলে ওখ ঠাইৰ মানুহৰ ঘৰত আশ্ৰয় লব লগা হৈছে। নেৰানেপেৰা বৰষুণৰ বাবে ঢল এতিয়াও আহিয়েই আছে ৷

ইপিনে, বৰষুণৰ বাবে অহা এই আকস্মিক ঢলে নুমলীগড়ৰ উচ্চ মাধ্যমিক বিদ্যালয়, বালিকা বিদ্যালয়, শিশু কল্যাণ প্ৰাথমিক বিদ্যালয় আদি বুৰাই পেলাইছে।

আনহাতে, নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতো একঁকাল পানী হোৱাত উজনি-নামনিৰ যাতায়ত ব্যাহত হৈ পৰিছে। আজি পুৱা নুমলীগড় চাহ বাগিছাৰ নলা সমুহেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ হিলদল ভাঙি পানীৰ সোঁত বৈ আছে। এনেদৰে বৰষুণ দি থাকিলে পৰিস্থিতি অধিক অৱনতি ঘটাৰ সম্ভাৱনা আছে।

Recent News

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd