• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

পথ নে পথাৰ!  ৰাস্তা নে মৰণ ফান্দ! ইয়াতেই ফুলিব নেকি বিজেপিৰ পদুম?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 9:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সৃজনগ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ তথা নাম্বাৰপাৰা চাকলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাৰোঘড়ী-শৌলমাৰী গাৱঁৰ ৰাইজে এটা ৰাস্তাৰ বাবে দীৰ্ঘদিনে যমৰ যাতনা ভূগি আহিছে। 

শৌলমাৰী প্ৰাথমিক প্ৰাথমিক বিদ্যালয়ৰ পৰা বাৰোঘড়ী হৈ দক্ষিণ নাম্বাৰপাৰা লৈ যোৱা একমাত্ৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যমৰ যাতনাত ভুগিবলগীয়া হৈছে হাজাৰ হাজাৰ পথচাৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকলে। 

Apply Now

ইফালে অতিকৈ কৃষি প্ৰধান অঞ্চলটোত উৎপাদিত কৃষিজাত সামগ্ৰী সমূহ পথৰ দুৰৱস্থাৰ বাবেই সময় মতে বজাৰলৈ নিব নোৱাৰি উচিৎ মূল্যৰ পৰা বঞ্চিত হবলগীয়া হৈছে কৃষকসকল। 

বিভিন্ন সময়ত পঞ্চায়ত সভানেত্ৰী ৰৌচনাৰা খাতুন জিলা পৰিষদৰ সদস্য খায়ৰুল ইছলাম, স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ লগতে জিলা প্ৰশাসনকো অৱগত কৰিছে যদিওঁ কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । 

আনহাতে, বিধায়ক আব্দুল বাতিন খন্দকাৰে চৌদিশে পথৰ আধাৰশিলা স্থাপনৰ কাম আৰম্ভ কৰি বা আধাৰশিলা স্থাপন কৰি সমষ্টিত ব্যপক চৰ্চা লাভ কৰিছে যদিওঁ শৌলমাৰী, বাৰোঘড়ী, কোকিলা প্ৰথম খণ্ড সংযোগী অতিকৈ পুৰণি ৰাস্তা টোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ বাবে বিভিন্ন ধৰণে বিধায়কক সমালোচনা কৰা পৰিলক্ষিত হৈছে। 

সাংসদ আব্দুল খালেকে শৌলমাৰী, নাম্বাৰপাৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় খণ্ডৰ ৰাইজৰ ভোট লৈ ৰাম ঠগন দিয়াৰ অভিযোগ উত্থাপন কৰে । একেদৰে জিলা পৰিষদৰ সদস্য খাইৰুল ইছলামেও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । 

প্ৰতিজন নেতাই এই অঞ্চলৰ ৰাইজৰ সমস্যাৰ প্ৰতি অকণো গুৰুত্ব নিদিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ। কাৰণ ৰাস্তাটোৰে কেইবাখনো গাঁৱৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন খেতিয়কৰ উৎপাদিত শস্য সমূহ বজাৰলৈ লৈ যাবলগীয়া হয়। 

ৰাস্তাৰ দুৰৱস্থাৰ বাবেই সকলো ক্ষেত্ৰতে সমস্যাৰ সন্মুখীন হৈছে অঞ্চলস্থ ৰাইজ। ইফালে বৰৈচালাৰ পৰা কীৰ্তনপাৰা লৈ যোৱা ৰাস্তাৰ একেই অৱস্থা। ঠেলি ঠেলি পাৰ কৰিবলগীয়া হৈছে চাৰিচকীয়া বাহন। প্ৰতি দিনে প্ৰায় ৭-৮ খন বিদ্যলয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিবলগীয়া হয় এই পথটোৰে। সেয়ে উপায়ন্তৰ ৰাইজে অসমৰ মূখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নাইবা যিকোনো আচনিঁৰ জৰিয়তে পথটো উন্নত কৰি ৰাইজ তথা ছাত্ৰ ছাত্ৰী যাতায়ত সুচল কৰি দিয়ে তাৰ বাবে অসমৰ মূখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ লগতে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক ৰাইজে অনুৰোধ জনাইছে ।

এতিয়া ৰাইজৰ অনুৰোধৰ প্ৰতি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনে গুৰুত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হব ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd