• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বাইকত অহা দুৰ্বৃত্তই বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা থপিয়াই নিলে দুই লক্ষাধিক টকা

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 27, 2019 2:59 pm

1 min read

শিৱসাগৰত বাইকত অহা দুৰ্বৃত্তই বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা থপিয়াই নিলে দুই লক্ষাধিক টকা
314
VIEWS
Share on FacebookShare on Twitter

সদাব্যস্ত শিৱসাগৰৰ নগৰৰ মাজমজিয়াত আজি সংঘটিত এক দিন ডকাইটিৰ ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগৰখনৰ আলিউদ্দিন আহমেদ নামৰ ৬০ উদ্ধৰ এজন ব্যক্তিয়ে কানাড়া বেংকৰ পৰা দুই লক্ষাধিক টকা উলিয়াই স্কুটিৰে আহি থকা অৱস্থাত এ এচ টি চি তিনিআলিৰ সমীপতে বাইকত অহা দুজন যুৱকে ব্যক্তিজনৰ স্কুটিৰ পৰা টকাৰ বেগটো থপিয়াই নিয়ে।

অকস্মাৎ সংঘটিত এই ঘটনাত আলিউদ্দিন আহমেদ স্কুটিসহ ৰাস্তাত বাগৰি পৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে যুৱক দুজন পালচাৰ বাইকত ব্যক্তিজনৰ পিছে পিছে আহিছিল আৰু বেগটো থপিয়াই তীব্ৰ গতিত এ টি ৰোড হৈ পলায়ন কৰে।

আহমেদে শিৱসাগৰৰ এটা ট্ৰেভেল এজেঞ্চিত কাম কৰে আৰু টকাখিনি বেংকৰ পৰা উলিয়াই কাৰ্যলয়লৈ আহি থকা সময়ত ঘটনাটো সংঘটিত হয়।

শিৱসাগৰ আৰক্ষীয়ে বাতৰি লিখা সময়লৈকে দূৰ্বৃত্তক কৰায়ক্ত কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে ইয়াৰ পূৰ্বেও শিৱসাগৰ নগৰত বাইকত অহা চিলনী চোৰে কেইবাটাও চুৰি কাৰ্য্য সংঘটিত কৰিছে যদিও চিলনী চোৰ ধৰাত সম্পূৰ্ণ ব্যৰ্থ শিৱসাগৰ আৰক্ষী।

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd