• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্বামী ৰবাৰ্ট ক’ৰ’ণাত আক্ৰান্ত : অসমসহ তিনি ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ বাতিল ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2021 3:18 pm

2 min read

Robert-Vadra-1280x720
3.4k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেত্ৰী তথা কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট বদ্ৰা কোভিড১৯ত আক্ৰান্ত হৈছে।

দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীয়ে নিজৰ ফেইচবুক ৱালত কোভিড১৯ত আক্ৰান্ত হোৱাৰ কথা ঘোষণা কৰিছে।

স্বামী ৰবাৰ্ট বদ্ৰা কোভিড১৯ত আক্ৰান্ত হোৱাৰ পিছতে কংগ্ৰেছ নেত্ৰী তথা ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ সূচী বাতিল কৰিছে।

উল্লেখ্য যে আজিৰ পৰা অহা তিনি দিনলৈ অসম, তামিলনাডু আৰু কেৰলাত নিৰ্বাচনী প্ৰচাৰ সূচী আছিল কংগ্ৰেছৰ ষ্টাৰ কেম্পেই:আৰগৰাকীৰ।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি প্ৰিয়ংকা গান্ধীয়ে কোভিড গাইডলাইন অনুসৰি চেল্ফ-আইচ’লেশ্যনত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বামী ৰবাৰ্ট বদ্ৰা কোভিড নিগেটিভ নোহোৱালৈকে প্ৰিয়ংকা গান্ধীয়ে চেল্ফ-আইচ’লেশ্যনত থাকিব।

ইফালে টুইটাৰৰ এটা ভিডিঅ’ত প্ৰিয়ংকা গান্ধীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি শুকুৰবাৰে অসম, শনিবাৰে তামিলনাডু আৰু দেওবাৰে কেৰলাৰ নিৰ্বাচনী প্ৰচাৰ সূচী বাতিল কৰা বুলি জনাইছে।

“মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, যিহেতু মই তালৈ(নিৰ্বাচনী প্ৰচাৰ সভা) যাব নোৱাৰিম। মই সকলো প্ৰাৰ্থীক শুভেচ্ছা জনাইছো। মই তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল। মই আশা কৰোঁ আপোনালোকে ভালদৰে সকলোবোৰ কৰিব আৰু কংগ্ৰেছ বিজয়ী হ’ব।” কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ভিডিঅ’টোত কয়।

हाल में कोरोना संक्रमण के संपर्क में आने के चलते मुझे अपना असम दौरा रद्द करना पड़ रहा है। मेरी कल की रिपोर्ट नेगेटिव आई है मगर डॉक्टरों की सलाह पर मैं अगले कुछ दिनों तक आइसोलेशन में रहूँगी। इस असुविधा के लिए मैं आप सभी से क्षमाप्रार्थी हूँ। मैं कांग्रेस विजय की प्रार्थना करती हूँ pic.twitter.com/B1PlDyR8rc

— Priyanka Gandhi Vadra (@priyankagandhi) April 2, 2021

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd