• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইদৰাবাদত প্ৰতিপক্ষক ধৰাশায়ী কৰি স্বৰ্ণপদক অৰ্জন ৰ’দালিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 14, 2019 5:07 pm

1 min read

Rodali Baruah

ৰ'দালি বৰুৱা। উৎস-ফেইচবুক

1.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰতিশ্ৰুতিসম্পন্ন মহিলা টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱাই হায়দৰাবাদত অনুষ্ঠিত হৈ থকা দ্বিতীয় ইণ্ডিয়া অ’পেন ইণ্টাৰনেশ্যনেল টাইকোৱানডো চেম্পিয়নশ্বিপত স্বৰ্ণপদক দখল কৰিবলৈ সক্ষম হৈছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত আজি দুৰ্দান্ত প্ৰদৰ্শনেৰে স্বৰ্ণপদক দখল কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰ’দালি।

হায়দৰাবাদৰ গাচিবৌলিৰ জি এম চি বালাযোগী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ১১ জুনৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৬ জুনলৈ চলিব।

আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাখনত অষ্ট্ৰেলিয়া, জাপান, কোৰিয়াকে ধৰি ২৫ খন দেশৰ খেলুৱৈয়ে অংশ লৈছে বুলি তেলেংগানা পৰ্যটন আৰু ক্ৰীড়া মন্ত্ৰী ভি শ্ৰীনিৱাশ গৌদে বিভাগীয় জাননী যোগে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছতো ভাৰতীয় টাইকোৱানডো দলক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল ৰ’দালিয়ে।

আনহাতে, মে’ মাহত মানচেষ্টাৰত অনুষ্ঠিত হোৱা বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়ো বৃটিছ উচ্চায়ুক্তই ৰ’দালি আৰু দীপিকাক ব্ৰিটেনলৈ যাবৰ বাবে প্ৰয়োজনীয় ভিছা নাকচ কৰাৰ বাবে খেলুৱৈ দুগৰাকীৰ আশাত চেঁচাপানী পৰিছিল।

ৰ’দালিৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পাছত এতিয়া খেলুৱৈগৰাকীৰ গৃহৰাজ্য অসমৰ খেল প্ৰেমীসকলৰ মনত আনন্দৰ ঢল বৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd