• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অনন্য, অনবদ্য! ইতিহাস ৰচি অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবলছ্ খিতাপ জয় বোপান্নাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2024 7:38 pm
Rohan Bopanna
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনন্য, অনবদ্য, দুৰন্ত, দুৰ্দমনীয়! এই সকলো উপমাই যেন একেলগে বহন কৰি ৰোহন বোপান্নাই প্ৰমাণ কৰি দিলে, বয়স মাথোন এক সংখ্যা; সৃষ্টি কৰিলে ইতিহাস।

অষ্ট্ৰেলিয়ান সংগী মেথিউ এবডেনৰ সৈতে যুটী বান্ধি আজি ভাৰতীয় তাৰকাগৰাকীয়ে অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ডাবলছ্ শাখাত অৰ্জন কৰিছে শ্ৰেষ্ঠত্ব।

Apply Now

ইটালিয়ান যুটি ছিমন বলেলি আৰু আন্দ্ৰেয়া ভাভাছ’ৰীক ৭-৬, ৭-৫ ব্যৱধানত পৰাস্ত কৰি বোপান্না-এবডেন যুটীয়ে আজি পুৰুষৰ ডাবলছ্ খিতাপ দখল কৰে।

ইয়াৰ লগে টেনিছ ইতিহাসত এক অনন্য অভিলেখৰ গৰাকী হয় বোপান্না। এই খিতাপ জয়েৰে ৰোহন বোপান্না গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে পৰিগণিত হয়।

Doubles delight 🏆🏆@rohanbopanna 🇮🇳 and @mattebden 🇦🇺 defeat Italian duo Bolelli/Vavassori 🇮🇹 7-6(0) 7-5. @wwos • @espn • @eurosport • @wowowtennis pic.twitter.com/WaR2KXF9kp

— #AusOpen (@AustralianOpen) January 27, 2024

মেথিউ এবডেনৰ সৈতে যোৰ কৰি অষ্ট্ৰেলিয়ান অ’পেন ২০২৪ৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰি গ্ৰেণ্ড শ্লেম জয় কৰা আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হয়।

চলিত বৰ্ষৰ মাৰ্চত ৪৪ বছৰ সম্পূৰ্ণ হ’বলগীয়া বোপান্নাই জিন জুলিয়েন ৰ’জাৰৰ নামত থকা অভিলেখ ভংগ কৰি নতুন ইতিহাসৰ সৃষ্টি কৰে।

That Grand Slam feeling 🏆#AusOpen pic.twitter.com/Azz5KoUdML

— #AusOpen (@AustralianOpen) January 27, 2024

ৰ’জাৰে ২০২২ চনত ৪০ বছৰ ২৭০ দিন বয়সত মাৰ্চেলো আৰেভোলাৰ সৈতে যুটী বান্ধি ফ্ৰেন্স অ’পেনৰ পুৰুষৰ ডাবলছ্ খিতাপ জয় কৰিছিল।

ইয়াৰ উপৰিও বোপান্না পুৰুষৰ ডাবলছ গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰা তৃতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে কেৱল লিয়এণ্ডাৰ পেজ আৰু মহেশ ভূপতিয়ে এই সাফল্য অৰ্জন কৰিছে।

উল্লেখ্য যে, যোৱা ২৪ তাৰিখে বোপান্নাই ইতিহাস ৰচনা কৰি এটিপি ৰেংকিঙত শীৰ্ষস্থান দখল কৰা আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

সামগ্ৰিকভাৱে বোপান্নাৰ কেৰিয়াৰত এয়া দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ। ইয়াৰ পূৰ্বে তাৰকাগৰাকীয়ে ২০১৭ চনত কানাডাৰ গেব্ৰিয়েলা ডাব্ৰ’স্কিৰ সৈতে ফ্ৰেন্স অ’পেন মিক্সড ডাবলছ্ খিতাপ জয় কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd