• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত আশ্ৰয় লৈ থকা ৰহিঙীয়াসকল এটা “আঞ্চলিক ভাবুকি” বুলি মন্তব্য শ্বেইখ হাছিনাৰ

সমস্যাটো সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক আহ্বান বাংলাদেশৰ প্ৰধান মন্ত্ৰীগৰাকীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2019 8:13 am
rohingya refugees
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত সেনা আৰু বৌদ্ধ নাগৰিকৰ উৎপীড়নৰ বলি হৈ বাংলাদেশলৈ পলাই অহা ১০লাখৰো অধিক ৰহিঙীয়াক “এটা আঞ্চলিক ভাবুকি” বুলি মন্তব্য কৰিছে প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই।

১১ নৱেম্বৰত ঢাকা গ্ল’বেল ডায়েলগ উদ্বোধন কৰাৰ সময়ত হাছিনাই ৰহিঙীয়া সংকটটো কেৱল বাংলাদেশৰ নহয়, গোটেই অঞ্চলটোৰ এটা সংকট হিচাপে চিহ্নিত কৰে আৰু সকলোকে এই সংকট নিৰাময় কৰাৰ বাবে আহ্বান জনায়।

Apply Now

“সামৰিক নৃশংসতাৰ বলি হৈ বাংলাদেশলৈ পলাই অহা ৰহিঙীয়াসকল কেৱল বাংলাদেশৰ বাবেই ভাবুকি নহয়, লগতে ই আঞ্চলিক নিৰাপত্তাৰ প্ৰতিও ভাবুকি”, বিডি নিউজ টুৱেণ্টি ফ’ৰত প্ৰধান মন্ত্ৰীগৰাকীৰ উদ্ধৃতি।

২০১৭ চনত ঘটা উৎপীড়নৰ ঘটনাটোৰ সময়ত পলাই অহা প্ৰায় ৭ লাখ ৰহিঙীয়া এতিয়াও বাংলাদেশত আছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে যোৱা ছেপ্টেম্বৰত নিউয়ৰ্কত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মজিয়াতো ৰহিঙীয়া সমস্যাটো দাঙি ধৰিছিল।

উল্লেখ কৰিব পাৰি যে নিপীড়িত ৰহিঙীয়াসকলক পৰ্য্যায়ক্ৰমে ঘূৰাই ল’বলৈ ম্যানমাৰে বাংলাদেশৰ সৈতে এখন চুক্তি কৰিছিল যদিও প্ৰক্ৰিয়াটো মসৃণভাৱে আগ বঢ়া নাই।

চুক্তি অনুসৰি, শৰণাৰ্থীসকলক প্ৰত্যাৱৰ্তন কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছে যদিও ম্যানমাৰৰ অশান্তিজৰ্জৰ ৰাখিনি ৰাজ্যখনলৈ উভতি যোৱাৰ বাবে বহুতেই অস্বীকাৰ কৰিছে।

বাংলাদেশে  প্ৰায় ১০ লাখ ৰহিঙীয়াক আশ্ৰয় দিছে। ম্যানমাৰৰ সৈতে দক্ষিণ-পূব  সীমাত থকা অস্বাস্থ্যকৰ শিবিৰত ৰহিঙীয়াসকলে জীৱন কটাইছে।

১১ নৱেম্বৰত হাছিনাই দোহাৰে, “মই ভাবো এই সমস্যাটো সোনকালে সমাধান কৰিব লাগে। মই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক এই সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছো।”

আৰ্থ-সামাজিক উন্নতি, নিৰাপত্তা আৰু শান্তিৰ বাবে হাছিনাই এছিয়ান পেচিফিক ৰিজনৰ দেশবোৰৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ জোৰ দিয়ে।

তেওঁ অঞ্চলটোৰ দেশবোৰৰ মাজত থকা দৰিদ্ৰতা নিৰ্মূল সহযোগিতাৰ মাজেৰে সম্ভৱ হ’ব বুলি দাবী কৰে প্ৰধান মন্ত্ৰী হাছিনাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd