DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ দাবী, টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিব পাৰিব ৰোহিত শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 7:54 am
Rohit Sharma

ৰোহিত শৰ্মা

12.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিব পাৰিব বুলি অষ্ট্ৰেলিয়াৰ প্ৰাক্তন লেগ স্পীনাৰ ব্ৰেড হগে তাৎপৰ্যপূ্ৰ্ণ মন্তব্য কৰিছে।

হগে টুইটাৰযোগে কয়, ‘বৰ্তমান সময়ত ৰোহিত শৰ্মাই একমাত্ৰ ক্ৰিকেটাৰ যিয়ে এই কামটো কৰিবলৈ সক্ষম হ’ব। তেওঁৰ ষ্ট্ৰাইকৰেট ভাল, সুন্দৰ টাইমিং আৰু ফিল্ডৰ চাৰিওফালে শ্বট খেলিব পৰা ক্ষমতা আছে’।

উল্লেখ্য যে ২০০৭ চনৰ ছেপ্তেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল ৰোহিত শৰ্মাৰ।

ৰোহিতে এই পৰ্যন্ত ৯৪ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৩২.৩৭ গড়ে ২৩৩১ ৰান সংগ্ৰহ কৰিছে। ১৩৭.৬৮ ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰা ৰোহিতে এই পৰ্যন্ত চাৰিটা শতক আৰু ১৬টা অৰ্ধশতক অৰ্জন কৰিছে।

উল্লেখ্য যে সীমিত অভাৰৰ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিন্সে দ্বিশতক অৰ্জনৰ কাষ চাপিছিল। তেওঁ ২০১৮ চনত জিম্বাৱে বিৰুদ্ধে ৭৬ টা বলত ১৭২ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইটোৱে সৰ্বাধিক ব্যক্তিগত স্ক’ৰ।

ইফালে টি-২০ত ৰোহিতৰ সৰ্বোচ্চ স্ক’ৰ হ’ল ১১৮। এদিনীয়াত ব্যক্তিগত সৰ্বোচ্চ স্ক’ৰৰ ৰেকৰ্ড ৰোহিত শৰ্মাৰ নামতেই আছে। ২০২৪ত শ্ৰীলংকাৰ বিৰুদ্ধে ২৬৪ ৰানৰ অভূতপূৰ্ব ইনিংছ খেলিছিল। তেওঁ এদিনীয়াত তিনিটা দ্বিশতক অৰ্জন কৰা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ ক্ৰিকেটাৰ।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd