• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিনি বিশ্বকাপ চেম্পিয়নছ ট্ৰফী জয়ৰ সুবাদতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাতো অধিনায়ক ৰোহিত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 15, 2025 12:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুমাহ পূৰ্বে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পঞ্চমখন খেলৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম একাদশৰ পৰা আঁতৰি আহিছিল। ধাৰাবাহিকভাৱে ফৰ্মৰ বাহিৰত থকাৰ বাবে তেওঁৰ ৰেড বলৰ খেলৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

সেই ৰোহিত শৰ্মাই এইবাৰ ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ ছিৰিজত দলটোক নেতৃত্ব দিবলৈ ওলাইছে বুলি বিচিচিআইৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে চেম্পিয়নছ ট্ৰফীত তেওঁৰ নেতৃত্বত অনবদ্য জয় আৰু চূড়ান্ত মেচত দেখুওৱা প্ৰদৰ্শনৰ সুবাদতে সেয়া আহিছে।

Apply Now

বাতৰি অনুসৰি, চেম্পিয়নছ ট্ৰফীত ৰোহিত শৰ্মাৰ সক্ষম নেতৃত্বই ব’ৰ্ড আৰু নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইংলেণ্ডৰ প্ৰত্যাহ্বানমূলক ভ্ৰমণত ভাৰতক নেতৃত্ব দিবলৈ ৰোহিত শৰ্মা যোগ্য বুলি তেওঁলোকৰ বিশ্বাস।

ক্ৰিকেটমহলে পৰৱৰ্তী আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (২০২৫-২৬)ৰ দৌৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত এই ইংলেণ্ড ভ্ৰমণক বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।

সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ৰোহিতে নিজৰ যোগ্যতা প্ৰমাণ কৰিছে বুলি ব’ৰ্ড আশ্বস্ত হৈছে। ইংলেণ্ড ভ্ৰমণৰ নেতৃত্ব দিবলৈ তেওঁক আটাইতকৈ যোগ্য বুলি সকলোৱে ভাবে। ৰোহিতেও ৰেডবলৰ ক্ৰিকেট খেল অব্যাহত ৰখাৰ ইচ্ছা প্ৰকাশ কৰিছে।

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত ৰোহিতে এতিয়াই অৱসৰ নলয় বুলি উল্লেখ কৰি সকলো জল্পনা-কল্পনাত পানী ঢালি দিলে। এদিনীয়াও খেলি থাকিব। আনকি ২০২৭ চনৰ বিশ্বকাপ সন্দৰ্ভতো তেওঁ ইতিবাচক কথা কোৱা শুনা গৈছে।

ৰোহিতে কয়, “মই এতিয়া ভাল খেলি আছো।দলৰ সৈতে কটোৱা এই সময়খিনি সঁচাকৈয়ে উপভোগ কৰিছো। দলৰ সকলোৱে মোৰ উপস্থিতি উপভোগ কৰি আছে। এইটো ভাল লাগিছে। ২০২৭ চনৰ কথা এতিয়াই ক’ব নোৱাৰো। বহু দেৰি আছে। কিন্তু মই সকলো বিকল্প খোলা ৰাখিছো।”

উল্লেখ্য যে অহা ২০ জুনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd