• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2022 7:09 am
Bumrah selected as test captain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্টৰ পূৰ্বে ভ্ৰমণকাৰী ভাৰতীয় দলৰ শিবিৰত লাগিছে এক ডাঙৰ আঘাত। এজবাষ্টন টেষ্টৰ বাবে ভাৰতীয় দলত উপলব্ধ নহ’ব অধিনায়ক ৰোহিত শৰ্মা। ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হৈছে ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক গৰাকী।

ৰোহিত শৰ্মাৰ স্থানত ভাৰতীয় দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে যশপ্ৰীত বুমৰাহক। এইদৰে কপিল দেৱৰ পিছত বুমৰাহে টেষ্ট ক্ৰিকেটত ভাৰতক নেতৃত্ব দিয়া প্ৰথমজন পেচ বলাৰ হোৱাৰ কৃতিত্ব অৰ্জন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Apply Now

আজি বিচিচিআই- ৰ এগৰাকী জেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ক’ভিডৰ আৰটি-পিচিআৰ পৰীক্ষাত ৰোহিতৰ পুনৰ ক’ভিড পজিটিভ ধৰা পৰাৰ বাবে তেওঁ দলৰ পৰা বাদ পৰিছে। তাৰকা ক্ৰিকেটাৰ গৰাকী এতিয়াও আইচ’লেশ্যনত আছে বুলি তেওঁ লগতে উল্লেখ কৰে।

আনহাতে দলৰ নিয়মীয়া সহ-অধিনায়ক কে এল ৰাহুলো শৃংখলাত অনুপস্থিত বাবে যশপ্ৰীত বুমৰাহে দলটোক নেতৃত্ব দিব বুলি বিচিচিআইৰ জ্যেষ্ঠ বিষয়া বিষয়াগৰাকীয়ে সংবাদ সংস্থা পিটিআইক জানিবলৈ দিয়ে।

১৯৩২ চনত প্ৰথমবাৰৰ বাবে ভাৰতে টেষ্ট ক্ৰিকেট খেলাৰ পিছত টেষ্টত ভাৰতক নেতৃত্ব দিয়া ৩৬ সংখ্যক অধিনায়ক হিচাপে পৰিগণিত হ’ব বুমৰাহ। ভাৰতীয় ক্ৰিকেট দলৰ বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ বুমৰাহে বৰ্তমানলৈকে ২৯ খন টেষ্টত ১২৩ টা উইকেট লাভ কৰিছে।

আনহাতে ৰোহিত শৰ্মা দলৰ পৰা বাহিৰ হোৱাৰ পিছত তেওঁৰ স্থানত মায়াংক আগৰৱালক দললৈ আমন্ত্ৰণ জনোৱা হৈছে। ইতিমধ্যে খেলুৱৈগৰাকী ইংলেণ্ডত উপস্থিত হৈছে। অৱশ্যে দললৈ আমন্ত্ৰিত হ’লেও আগৰৱালে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা কম।

বিচিচিআইৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে মায়াংক আগৰৱালক বিকল্প হিচাপেহে দলত অন্তৰ্ভুক্ত কৰা হৈছে। সেয়েহে তেওঁ প্লেয়িং ইলেভেনত স্থান লাভ কৰাৰ আশা ক্ষীণ।

তেওঁ লগতে শুভমন গিলৰ সৈতে পূজাৰা অথবা হনুমা বিহাৰীয়ে ভাৰতীয় দলৰ ইনিংছ মুকলি কৰাৰ দায়িত্বত থাকিব পাৰে বুলি ঐক ইঙ্গিত প্ৰদান কৰিছে।

উল্লেখ্য যে ১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই টেষ্টখন যোৱা বছৰৰ ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ অৰ্ধসমাপ্ত টেষ্ট শৃংখলাৰ অংশ। ভাৰতীয় শিবিৰত ক’ভিডৰ সংক্ৰমণৰ পিছত শৃংখলাৰ অন্তিমখন টেষ্ট পিছুৱাই দিয়া হৈছিল। পাঁচখনীয়া মেচৰ শৃংখলাটোত ভাৰত ইতিমধ্যে ২-১ ব্যৱধানত আগবাঢ়ি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am
“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd