• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰৈ ৰৈ বিনালে’ক জিএছটিৰ আওতাৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2025 9:30 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকা সংশোধনৰ নামত ব্যাপক হাৰত ভোট কৰ্তন কৰি ৰাজনৈতিকভাৱে কোনোবা দলক সহায় কৰিব বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইয়াৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰিব। ইতিমধ্যে বিষয়টো পৰ্যালোচনা কৰিবলৈ দলে ব্যাপক হাৰত সাংগঠনিক স্থিতি শক্তিশালী কৰিছে। এই অনুযায়ী ২৯ হাজাৰ বুথ লেভেল এজেণ্ট (বিএলএ)ক প্ৰশিক্ষণ প্ৰদান কৰি এছআইআৰ হ’লে কিধৰণে কাম কৰিব লাগিব সেই বিষয়ে সবিশেষ বুজাই দিয়া হৈছে। অসমত এছআইআৰৰ কাম নহয় বুলি আজি নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতো অসম প্ৰদেশ কংগ্ৰেছ কমিটি সচেষ্ট আৰু সক্ৰিয় হৈ থাকিব। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই আজি সাংবাদিকৰে হোৱা মুখামুখিত আজি এইদৰে কয়।

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদজনে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ১৯৮৩ চনৰ নেলী কাণ্ডৰ প্ৰতিবেদন দাখিল কৰিব বিচৰাতো অত্যন্ত ৰহস্যজনক। এই প্ৰতিবেদনখনত কি আছে আমি গম পোৱা নাই যদিও বিজেপি চৰকাৰে ২০১৬ চনৰ পৰা ২০২১ চনলৈকে সৰ্বানন্দ সোণোৱালৰ দিনত আৰু বৰ্তমান ২০২১ৰ পৰা ২০২৫ চনলৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এই প্ৰতিবেদনখন ইমানদিনে ৰাজহুৱা নকৰি বৰ্তমান কি কাৰণত বিষয়টো উত্থাপন কৰিবলগীয়া হ’ল বুলি বৰাই প্ৰশ্ন উত্থাপন কৰে।

Apply Now

সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যত তিৱাৰী আয়োগৰ প্ৰতিবেদনখন বিধানসভাত দাখিল কৰা হ’ব নেকি বুলি প্ৰশ্ন কৰি বৰাই কয় যে এই প্ৰতিবেদনখন এজন আমোলাৰ দ্বাৰা গঠিত আয়োগে প্ৰস্তুত কৰিছিল আৰু সেইখন ন্যায়িক অথবা অৰ্ধন্যায়িক আয়োগ নহয়। আমোলাক লৈ গঠন হোৱা প্ৰতিবেদনখনক লৈ দ্বিমত থকাৰ বাবেই হয়তো দীৰ্ঘদিন ধৰি বিষয়টো ৰাজহুৱা হ’বলৈ দিয়া নাছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰি সমাজত ঐক্য-সংহতিৰ বিভাজন আনিবলৈ বিচৰাৰ অংশ হিচাপে এই প্ৰতিবেদনখন বিধানসভাত দাখিল কৰিব বিচাৰিছে।

বৰাই কয়, এইখন শংকৰ-আজানৰ দেশ আৰু অসমৰ মানুহে হিন্দু-মুছলমানৰ ৰাজনীতি কেতিয়াও গুৰুত্ব নিদিয়ে। বৰাই প্ৰসংগক্ৰমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালে কংগ্ৰেছ কৰ্মীসকলক চাবলৈ অনুৰোধ কৰাৰ বিষয়টোও উত্থাপন কৰে।

এই ছবিখনক জিএছটিৰ আওতাৰ পৰা আঁতৰাই ৰাখিবলৈকো মুখ্যমন্ত্ৰীলৈকে সাংসদ গৌৰৱ গগৈয়ে পত্ৰ লিখা বিষয়টোও বৰাই উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd