DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিউ জাৰ্ছিত বিহু: হিয়া উজাৰি নাচি আই অসমী স্মৰণ প্ৰবাসী অসমীয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2019 9:58 pm
Rongali Bihu celebrated in New Jersey, USA

বিহুৰে বিৰিণা পাত ২০১৯: নিউ জাৰ্ছিত আই অসমী স্মৰণ পৰবাসী অসমীয়াৰ।

1000
VIEWS
Share on FacebookShare on Twitter

এমেৰিকাৰ নিউ জাৰ্ছিত হিয়া উজাৰি বিহু নাচি শনিবাৰে আই অসমীক স্মৰণ কৰে প্ৰবাসী অসমীয়াই।

নিউ জাৰ্ছিৰ লগতে পেনছিলভেনিয়াবাসী অসমীয়াসকলে নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে ব্যাপক উলহ-মালহেৰে জাতীয় উৎসৱটি উদযাপনত ভাগ লয়।

নৰ্থ ইস্ত ইন্দিয়ান এমেৰিকান কালচাৰেল অৰ্গেনাইজে’চন (NEIACO)এ আয়োজন কৰা অনুষ্ঠানটোত জেং বিহু, মুকলি বিহু, হুঁচৰিকে ধৰি অসমীয়া নীত-গৃত্য পৰিৱেশন কৰে নিজ ভূমিৰ পৰা দূৰৈত বাস কৰা লোকসকলে।

“স্ব-ভূমিৰ পৰম্পৰা সজীৱ কৰি ৰখা আৰু প্ৰসাৰ কৰা এনে এটা মহা উদযাপনত ভাগ লৈ নিজকে ধন্য মানিছো। আমি যিহেতু ঘৰৰ পৰা বহু দূৰত আছো, গতিকে এনে অনুষ্ঠানে আমাক আমাৰ শিপাৰ সৈতে সংপৃক্ত কৰি ৰাখিছে আৰু ইয়েই হ’ল পথ জনগণৰ হৃদয়ৰ সৈতে সংযোগ স্থাপনৰ। বিহু নাচি একে সময়তে আৱেগিক আৰু গৌৰৱান্বিত বোধ কৰিছো,” অনুষ্ঠানটোত জেং আৰু গছ তলৰ বিহু পৰিৱেশন কৰা সাগৰিকা দত্ত ভূঞাৰ মন্তব্য।

এইবাৰৰ অনুষ্ঠানটোত নতুন মুখৰ লগতে তৰুণ-তৰুণী দেখি উৎসাহিত হোৱা বুলি মন্তব্য কৰে নিউ জাৰ্ছিবাসী অসমীয়া মাৰ্ক বৰদলৈয়ে।

মহানগৰীয়া ব্যস্ততাৰ মাজত নিজৰ সংস্কৃতি-পৰম্পৰাৰে সুখৰ কিছু সময় কটোৱা পৰিয়ালসমূহে এসাঁজ অসমীয়া আহাৰ একেলগে খাই অনুষ্ঠানটোৰ সামৰণি পেলায়।

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd