• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙালী বিহুৰ ৰঙে মন-প্ৰাণ ভৰাই তুলিলে প্ৰৱাসী অসমীয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2019 10:45 am
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

359
VIEWS
Share on FacebookShare on Twitter

দেশে-বিদেশে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোল, পেঁপাৰ মাত। দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা আৰম্ভ কৰি টেমছৰ পাৰলৈকে এতিয়া সকলোতে ৰহালী বিহুৰ ব্যাপক প্ৰস্তুতি। প্ৰৱাসত থাকিলেও প্ৰতিজন অসমীয়াই নিজৰ বাপতি সাহোন ৰঙালী বিহুটি পালনৰ বাবে ব্যস্ত হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে শনিবাৰে অৰ্থাৎ ১৩ এপ্ৰিলত দিল্লীৰ সমীপতে থকা গুৰগাঁওবাসীয়েও পালন কৰে ৰঙালী বিহু।

এই অনুসৰি পুৱা শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু সন্ধিয়ালৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আৰু ডিব্ৰুগড়ৰ প্ৰাগজ্যোতিষ হুঁচৰি দলে শনিবাৰে বিহুথলীত অনুষ্ঠান পৰিৱেশন কৰে। গুৰগাঁৱৰ দৰেই নয়দাত থকা অসমীয়াসকলেও শনিবাৰে বিহুৰ আয়োজন কৰে। সদৌ অসম ৱেলফেয়াৰ এছ’চিয়েশ্যনে আৰ ডব্লিউ এ কমিউনিটি চেণ্টাৰত আয়োজন কৰা এই বিহুত জিতুল সোণোৱাল, মধুমিতা গোস্বামীকে ধৰি কেইবাজনো বিশিষ্ট কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে।

একেদৰে দ্বাৰকাত থকা অসম কৃষ্টি কেন্দ্ৰই প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্টৰ চৌহদত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে বিহুৰ আয়োজন কৰে। ইফালে বেংগালুৰুত থকা অসমীয়া লোকসকলে আয়োজন কৰা বসন্ত উৎসৱৰ কাৰ্যসূচী শনিবাৰৰ পৰা আৰম্ভ হৈছে। কালিৰ বসন্ত উৎসৱত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd