• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL-2023: বিস্ফোৰক ডু প্লেছিছ, ছিৰাজৰ চাৰি উইকেটেৰে জয়ৰ পথলৈ উভতিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2023 9:00 pm
ফটো: আইপিএল।

ফটো: আইপিএল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰাট কোহলী পুনৰ নেতৃত্বলৈ উভতি আহিল। পুনৰ জয়ৰ পথলৈ উভতিল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু। বৃহস্পতিবাৰে বিয়লিৰ খেলখনত ঘৰুৱা খেলপথাৰত পাঞ্জাব কিংছক ২৪ ৰানত পৰাস্ত কৰে ডু প্লেছিছ বাহিনীয়ে। প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ৪টা উইকেট হেৰুৱাই ১৭৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত পঞ্জাব ১৮.২ অভাৰত ১৫০ ৰান সংগ্ৰহ কৰি অল আউট হয়।

আচৰিত কথা। কোহলীয়ে ছেম কৰনৰ সৈতে টছ কৰিবলৈ আহিছিল। পিছত জনা যায় যে আজিৰ দিনটোত ফাফ ডু প্লেছিছ ইমপেক্ট প্লেয়াৰ হ’ব। কিন্তু ৰান ৰেটত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল। বিৰাট কোহলী আৰু ফাফ ডু প্লেছিছ আছিল দুৰ্দান্ত। আগৰ মেচত য’ত ৰৈছিল তাৰ পৰাই আৰম্ভণি কৰিছিল।

ফটো: আইপিএল।

দুয়োজন অ’পেনাৰেই অৰ্ধশতক কৰে। তেওঁলোকৰ মাজত ডু প্লেছিছ অধিক আক্ৰমণাত্মক আছিল। বাংগালুৰুৰ নেতৃত্ববহনকাৰী খেলুৱৈজনে ৫৬টা বলত ৮৪ ৰান সংগ্ৰহ কৰে। ইয়াত ৫টা ছয় আৰু ৫টা চাৰিটা আছিল।

Apply Now

অ’পেনিং যুটিটোৱে ১৩৭ ৰান সংযোজন কৰে। ১৬.১ অভাৰত প্ৰথমটো উইকেট হেৰুৱায়আৰ চি বিয়ে। বিৰাট কোহলীয়ে ৪৭টা বলত ৫৯ ৰান সংগ্ৰহ কৰি উভতি আহে। পূৰ্বৰ মেচখনত তাণ্ডৱ সৃষ্টি কৰা গ্লেন মেক্সৱেলে প্ৰথম বলতে শূন্য ৰাণেৰে উভতি যায়।

ফটো: আইপিএল।

দীনেশ কাৰ্তিক (৭) নট আউট। বিৰাট আৰু ডু’প্লেছিছৰ বাহিৰে আৰচিবিৰ কোনো বেটছমেনে ৰান লাভ কৰা নাই। প্ৰতিখন মেচতে অ’পেনিং যুটীটোৱে খেল ধৰি ৰাখিছে। তেওঁলোকে বিফল হ’লে এতিয়াও বাংগালুৰুৰ হাতত কোনো বিকল্প নাই। অৱশ্যে দিনটোৰ জয়ৰ সৈতে আৰ চি বিয়ে পঞ্চম স্থানলৈ উঠি আহিল।

ৰান অতিক্ৰমৰ লক্ষ্য আগত লৈ পঞ্জাৱৰ ইনিংছ তাচ পাতৰ দৰে খহি পৰিল। শিখৰ ধাৱনে খেলা নাছিল। তেওঁৰ ঠাইত অথৰ্ব টাইডে অ’পেন কৰে। কিন্তু মাত্ৰ ৪ ৰানতে উভতি যায়। ৪৩ ৰানত ৪ উইকেট হেৰুৱায় পঞ্জাবে। ইয়াৰ পৰা আৰু ঘূৰি উঠিব পৰা নাছিল। প্ৰভাসিমৰন সিঙে অকলে যুঁজ দিছিল। অ’পেনিঙত নামি তেওঁ ৩০টা বলত ৪৬ ৰান সংগ্ৰহ কৰে। ইয়াত ৪টা চাৰি আৰু ৩টা ছয় আছিল।

ফটো: আইপিএল।

মেথিউ শ্বৰ্ট (৮), লিয়াম লিভিংষ্টনে (২), ছেম কেৰনে (১০) ৰান নাপালে। শেষত বহু চেষ্টা কৰিছিল জিতেশ শৰ্মাই। তেওঁ ২৭টা বলত ৪১ ৰান সংগ্ৰহ কৰে। কিন্তু উইকেটৰ সিটো মূৰত যুটীৰ অভাৱত জীতেশে দলটোক জয় কৰাৰ সুযোগ নাপালে। শেষত আক্ৰমণাত্মক হ’বলৈ গৈ আউট হয়।

মহম্মদ ছিৰাজে ৪ অভাৰত ২১ ৰান দি ৪ টা উইকেট দখল কৰে। আই পি এলত এয়া তেওঁৰ শ্ৰেষ্ঠ বলিং গড়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd