DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছানৰাইজাৰ্ছ হায়দৰাবাদক ১০ ৰাণত পৰাজিত কৰি আইপিএলত অভিযান আৰম্ভ বিৰাট বাহিনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2020 7:52 am
WhatsApp Image 2020-09-22 at 7.21.13 AM
329
VIEWS
Share on FacebookShare on Twitter

প্ৰথমখন খেলতে বিজয়েৰে এইবাৰৰ আইপিএলৰ অভিযান আৰম্ভ কৰিলে বিৰাট কোহলীৰ নেতৃত্বৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে।

সোমবাৰে ডুবাইত প্ৰতিযোগিতাৰ তৃতীয়খন মেচত বিৰাট বাহিনীয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদক ১০ ৰাণত পৰাজিত কৰে।

যুজবেন্দ্ৰ চাহালে বলিঙত ৪অ’ভাৰত ১৮ ৰাণ দি ৩টা উইকেট দখল কৰে। তেওঁ এই বিধ্বংসী বলিঙৰ বাবে মেন অফ দ্য মেচ লাভ কৰে।

চলিত চিজনৰ প্ৰথম দুখন মেচৰ দৰে সোমবাৰৰ মেচখন সিমান উত্তেজনাপূৰ্ণ নাছিল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰি নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৫উইকেটৰ বিনিময়ত ১৬৩ৰাণ সংগ্ৰেহ কৰে।

এই লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ।

বিশেষকৈ চাহালৰ বিধ্বংসী বলিঙত বিধ্বস্ত হৈ পৰে বেটিং লাইন আপ। অৱশেষত ১৯.৪ অ’ভাৰত ১৫৩ৰাণত অল আউট হৈ যায় হায়দৰাবাদ।

সেইদৰে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ১০ ৰাণত বিজয় সাৱ্যস্ত কৰে বিৰাট বাহিনীয়ে।

ইপিনে, খেলৰ বহু সময়লৈকে ছানৰাইজাৰ্ছ হায়দৰাবাদে মেচখন নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল যদিও ১৫.২ অ’ভাৰত চাহালৰ বলত ছেট বেটছমেন বেয়াৰষ্টোৰ আউট হোৱাটো টাৰ্ণিং পইন্ট বুলি ক’ব পাৰি।

এটা দিশত মনীষ পাণ্ডেই যুঁজ অব্যাহত ৰাখিছিল যদিও তেওঁৱো চাহালৰ বলত ব্যক্তিগত ৩৪ ৰাণত আউট হৈ যায়।

ইয়াৰ পাছতে মেচখন হায়দৰাবাদৰ হাতৰ পৰা ওলাই যায়। চাহালৰ বিধ্বংসী বলিঙে মেচখনৰ হাইলাইট বুলি বিবেচিত হৈছে। অৱশ্যে, আৰচিবিৰ পেচাৰ নৱদীপ চাইনীয়েও ৪ অ’বাৰত ২৫ৰাণৰ বিনিময়ত ২টা উইকেট দখল কৰি সকলোৰে প্ৰশংসা বুটলিছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd