• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্রিপুৰা জনজাতীয় স্বায়ত্ত জিলা পৰিষদৰ নিৰ্বাচন: TIPRAৰ সন্মুখত ধূলিস্যাৎ বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2021 9:03 pm
IMG_20210409_214934_copy_700x400

TIPRAৰ প্ৰধান প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনত শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক পৰাস্ত কৰিছে প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনৰ নেতৃত্বাধীন TIPRA-এ।

শনিবাৰে ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।

Apply Now

ঘোষণা কৰা অনুসৰি ৰাজপৰিয়ালৰ উত্তৰাধিকাৰ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ নেতৃত্বাধীন TIPRA-এ ২৮ আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১৬খন আসম লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে শাসকীয় বিজেপিৰ মিত্ৰজোঁটে লাভ কৰিছে মাত্ৰ ৯ খন আসন।

TIPRA(টিপ্ৰাচা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ’নেল এলায়েন্স)এ প্ৰতিদ্বন্দ্বিতা কৰা ২৩ খন আসনৰ ভিতৰত ১৬ খন আসনত জয়ী হৈছে। আনহাতে ইয়াৰ সহযোগী ইণ্ডিজেনাছ নেচনেলিষ্ট পাৰ্টি অৱ টুইপ্ৰা (আইএনপিটি)য়ে ২ খন আসন লাভ কৰিছে।

ইফালে ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ দীৰ্ঘ দিন শাসনত থকা বাওঁ ফ্ৰ’ণ্টে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। উল্লেখ্য যে বাওঁজোঁটে যোৱা নিৰ্বাচনত ২৮ খনৰ ভিতৰত ২৫ খনত জয়ী হৈ পৰিষদৰ ক্ষমতাত আছিল।

আনহাতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ আন দলসমূহেও এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। বিজেপিয়ে মুঠ ১৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৯ খন আসনত লাভ কৰিবলৈ সক্ষম হৈছে।

এখন আসন লাভ কৰিছে ভৌমিকা নন্দ ৰেয়াগ নামৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে। আনহাতে ভাৰতীয় জাতীয় কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।

উল্লেখ্য যে ৩০ খন আসনবিশিষ্ট ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ ২৮ খন আসনত যোৱা ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে দুজন সদস্য ৰাজ্যপালে মনোনীত কৰে।

কংগ্ৰেছ ত্যাগ কৰি নিৰ্বাচনৰ মাত্ৰ এমাহৰ পূৰ্বে প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনৰ নেতৃত্বত গঠন হোৱা টিপ্ৰাচা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ’নেল এলায়েন্সৰ এই সাফল্যই ত্ৰিপুৰাৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত দিয়া বুলি ধাৰণা কৰা হৈছে।

এই বিজয়ৰ পিছতে TIPRAৰ নেতৃত্ব উৎফুল্লিত হৈ উঠা দেখা গৈছে। TIPRAৰ সাধাৰণ সম্পাদক অনিমেষ দেৱবাৰ্মাই কেৱল প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনৰ বাবেই এই বিজয় সম্ভৱ হোৱা বুলি প্ৰকাশ কৰিছে। নিৰ্বাচনত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলিও নেতাগৰাকীয়ে প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd