DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰে’লৰ তলত পৰি যোৱা মহিলাক বচালে আৰপিএফৰ কৰ্মীয়ে, শিহৰণকাৰী ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2021 4:47 pm
kka
319
VIEWS
Share on FacebookShare on Twitter

কথাতে আছে ৰাখ হৰি মাৰে কোনে। শেহতীয়াকৈ তেলেংগানাৰ ছেকেন্দ্ৰাবাদৰ এগৰাকী মহিলাৰ ক্ষেত্ৰতো এই কথাছাৰ খাজে-খাপে মিলি গৈছে।

তেলেংগানাৰ ছেকেন্দ্ৰাবাদৰ ৰে’ল ষ্টেছনত ৰে’ল চলি যোৱাৰ সময়তে ৰে’লত উঠিবলৈ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে।

কিন্তু দুৰ্ভাগ্যবশতঃ ভৰি পিচলি মহিলাগৰাকী চলন্ত ৰে’ল খনৰ তলত সোমাই যোৱাৰ উপক্ৰম ঘটিছিল।

সেই সময়তে মহিলাগৰাকীৰ আগে আগে গৈ থকা ৰে’লৱে সুৰক্ষাবাহিনীৰ জোৱান দীনেশ সিঙে অকণো সময় নষ্ট নকৰি পৰি যোৱা মহিলাগৰাকীক টানি প্লেটফৰ্মলৈ তুলি আনে।

“Life is not like a scene of a Bollywood film. It is much more precious”

She was lucky to be saved today because of timely action by alert RPF staff. Do not board/de board a moving train.

Stay alert. Stay safe! pic.twitter.com/BuPsexgFyR

— Ministry of Railways (@RailMinIndia) July 31, 2021

ফলত কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ। শেহতীয়াকৈ ভাৰতৰ ৰে’ল বিভাগে এই ঘটনাৰ ভিডিঅ’ বিভাগীয় টুইটাৰত প্ৰকাশ কৰাৰ পিছতে সকলোৱে আৰপিএফৰ জোৱান দীনেশ সিঙক প্ৰশংসাৰে ওপচাই দিছে।

ৰে’ল বিভাগেও টুইটাৰত ভিডিঅ’টো প্ৰকাশ কৰি কৈছে যে জীৱন মূল্যৱান। সেয়ে চলন্ত ৰে’লত উঠাৰ চেষ্টা কৰি কেতিয়াও জীৱন বিপন্ন কৰি তুলিব নালাগে।

Recent News

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd