• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লৱেত গ্ৰুপ ‘ডি’ৰ ২১,৯৯৭টা খালী পদৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া, চাওক সৱিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2026 11:39 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লৱেত গ্ৰুপ ‘ডি’ পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰে’লৱে নিযুক্তি ব’ৰ্ডে ২১,৯৯৭টা খালী পদত নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে। আজিৰে পৰা আৰম্ভ হৈছে আৱেদন প্ৰক্ৰিয়া।

অহা ২ মাৰ্চলৈকে অনলাইনযোগে কৰিব পাৰিব আবেদন। দাখিল কৰা আবেদনৰ মাচুল পৰিশোধৰ অন্তিম তাৰিখ ৪ মাৰ্চ। আবেদন প্ৰপত্ৰত শুধৰণিৰ উইণ্ডো ৫ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ খোলা থাকিব। প্ৰাৰ্থীসকলে www.rrbapply.gov.in ত গৈ আবেদন কৰিব পাৰিব।

Apply Now

আৰ আৰ বিয়ে জনাইছে যে প্ৰাৰ্থীয়ে মাত্ৰ এটা ৰে’লৱে জ’নৰ বাবেহে আবেদন কৰিব পাৰিব। যদি আপুনি এটাতকৈ অধিক ৰে’লৱে জ’নৰ বাবে আবেদন কৰে তেন্তে প্ৰ-পত্ৰ নাকচ কৰা হ’ব। যেনে কোনোবাই যদি আৰ আৰ বি কলকাতাত আৱেদন কৰে, তেন্তে তেওঁ আৰ আৰ বি গুৱাহাটীত আবেদন কৰিব নোৱাৰিব। তেনে ক্ষেত্ৰত তেওঁৰ দ্বিতীয়খন আবেদন নাকচ কৰা হ’ব। সেইদৰে, একেটা আৰ আৰ বিতে এটাতকৈ অধিক পদৰ বাবে আবেদন কৰিলে পৃথকে পৃথকে আবেদন কৰিব নালাগে। অন্যথা প্ৰ-পত্ৰ বাতিল কৰা হ’ব।

ৰে’লৱেৰ গ্ৰুপ ‘ডি’ নিযুক্তিৰ বয়সৰ সীমা কিমান?

প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৩৩ বছৰৰ ভিতৰত হ’ব লাগিব। বিধি অনুসৰি অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) অন্তৰ্গত প্ৰাৰ্থীৰ বয়সৰ সীমাত তিনি বছৰৰ ৰেহাই থাকিব। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ প্ৰাৰ্থীক বয়সৰ সীমাত পাঁচ বছৰৰ ৰেহাই প্ৰদান কৰা হ’ব। ২০২৬ চনৰ ১ জানুৱাৰীৰ হিচাপত বয়সৰ সীমা নিৰ্ধাৰণ কৰা হ’ব বুলি আৰ আৰ বিয়ে জনাইছে।

ৰে’লৱে গ্ৰুপ ‘ডি’ৰ বাছনি কেনেদৰে কৰা হ’ব?

একক পৰ্যায়ৰ কম্পিউটাৰ ভিত্তিক পৰীক্ষা (চিবিটি) আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (পিইটি)ৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। চিবিটিত সফল হোৱা প্ৰাৰ্থীক পিইটিৰ বাবে মাতিব। চিবিটি মাত্ৰ এটা পৰ্যায়ত হ’ব। তাৰ পিছত ডকুমেণ্ট ভেৰিফিকেচন আৰু মেডিকেল হ’ব।

ৰেলৱে গ্ৰুপ ‘ডি’ৰ বাবে চিবিটিৰ আৰ্হি কি?

লিখিত পৰীক্ষাৰ আৰ্হি যোৱাবাৰৰ দৰেই ৰখা হৈছে। কোনো পৰিৱৰ্তন কৰা হোৱা নাই। চিবিটি ৯০ মিনিটৰ হ’ব। মুঠ ১০০ টা প্ৰশ্ন থাকিব। সাধাৰণ বিজ্ঞান আৰু গণিতৰ পৰা ২৫-২৫ টা প্ৰশ্ন থাকিব। সাধাৰণ বুদ্ধি আৰু ৰিজনিঙৰ ৩০টা আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ২০টা প্ৰশ্ন থাকিব। নিগেটিভ মাৰ্কিং: আৰ আৰ বি গ্ৰুপ ‘ডি’ চি বি টিত প্ৰতিটো ভুল উত্তৰৰ বাবে এক তৃতীয়াংশ নম্বৰ কৰ্তন কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd