• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত ১০০০কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ আৰ টি আই কৰ্মীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 3, 2020 1:17 pm
IMG-20200502-WA0064-1140x570

শনিবাৰে কোকৰাঝাৰত য়ুপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পৃথ্বিৰাজ নাৰায়ন দেৱৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল(বিটিচি)ত ১০০০কোটি টকাৰ এক বৃহৎ  কেলেংকাৰীৰ ঘটনা শনিবাৰে পোহৰলৈ আহিছে।

এই কেলেংকাৰীত সাঙোৰ খাই পৰিছে বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ধনেশ্বৰ গয়াৰীৰ লগতে আন কেইগৰাকীমান ঠিকাদাৰ।

শনিবাৰে আৰ টি আই তথ্যৰ জৰিয়তে এই কথা সদৰী কৰা হৈছে।

য়ুপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে শনিবাৰে অভিযোগ কৰে যে বিপিএফৰ নেতা আৰু ঠিকাদাৰে ৰাজ্যপালৰ শাসনৰ সময়ত তেওঁলোকৰ দুৰ্নীতি ওলাই পৰে বুলি ভয় খাইছে।

‘’সেইবাবেই হতাশাত ভূগি তথা উদ্বিগ্নতাৰে হাগ্ৰামা মহিলাৰীয়ে কৈছে যে তেওঁ এতিয়াও অনানুষ্ঠিকভাৱে বিটিচিৰ মুৰব্বী,’’-মেচে এইদৰে অভিযোগ কৰে।

শনিবাৰে য়ুপিপিএলৰ হৈ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে এখন সংবাদমেল সম্বোধন কৰি সদৰী কৰে যে এই কেলেংকাৰী পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ আৰু ভৈয়াম জনজাতি তথা পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগত সংঘটিত হৈছিল।

সংবাদমেলখনত পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে লগতে বিটিচি অঞ্চলত ২০১২ চনৰ পৰা ২০১৯চনৰ ভিতৰত সংঘটিত কৰা এই বৃহৎ কেলেংকাৰীটোত বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ধনেশ্বৰ গয়াৰীৰ লগতে  জড়িত থকা ঠিকাদাৰ/যোগানকাৰী এন্টাৰপ্ৰাইজৰ নাম, ঠিকনাকে ধৰি বিতং তথ্য উল্লেখ কৰে।

মেচে লগতে কয় যে এই বৃহৎ কেলেংকাৰীটোৰ সৈতে জড়িত হৈ থকা বিপিএফৰ নেতা, বিষয়া আৰু বিটিচিৰ ঠিকাদাৰসকলৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

দেৱ মেচে লগতে  বিটিচিত বিপিএফ দলে শাসন চলোৱা বিগত ১৭ বছৰত সংঘটিত হোৱা চৰকাৰী পুঁজিৰ অনিয়ম তথা অপব্যৱহাৰৰ সন্দৰ্ভত ৰাজ্যপালক শীঘ্ৰেই তদন্ত বা অনুসন্ধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো আহ্বান জনায়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm
সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd