• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিগবৈত মহিলাৰ পৰা বাইকত অহা দুৰ্বৃত্তই লুটিলে ১১.৬ লাখ টকা

NE NOW NEWS এন ই নাও নিউজ
ডিগবৈ , November 25, 2019 8:51 pm

1 min read

Digboi loot

ভূক্তভোগী মহিলা দুগৰাকী

4.5k
VIEWS
Share on FacebookShare on Twitter

ডিগবৈত মটৰচাইকেলত অহা দুৰ্বৃত্তই সোমবাৰে এগৰাকী মহিলাৰ পৰা ১১.৬ লাখ টকা লুটি লৈ যায়।

মহিলাগৰাকীয়ে বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ উভতি আহি থকাৰ সময়তে ঘটনাটো সংঘটিত হয়।

‘‘আমি য়ুনাইটেড বেংক অব ইণ্ডিয়াৰ পৰা টকাখিনি উলিয়াই ঘৰলৈ উভতি আহি থকাৰ সময়তে মটৰচাইকেলত উঠি অহা দুৰ্বৃত্তই থাপ মাৰি টকা থকা বেগটো লৈ যায়,’’ ভুক্তভোগী মহিলাগৰাকীৰ লগত অহা ভনীয়েক নমিতা চৌধুৰীয়ে কয়।

টকা ভৰ্তি বেগটো থাপ মাৰি ডকাইতৰ দলটোৱে ৩৮ নং ৰাষ্ট্ৰীয়  ঘাইপথেৰে ৰামনগৰৰ ফালে পলাই যায় বুলি মহিলা দুগৰাকীৰ ভাষ্যত প্ৰকাশ পায়।

‘‘ডকাইতৰ দলটোৰ সৈতে টনা-আজোৰাত মোৰ কাপোৰ পৰ্যন্ত ফাটি যায়’’ নমিতা চৌধুৰীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ডিগবৈৰ চি আৰ পি এফ কেম্পৰ য়ুবিআই ব্ৰাঞ্চৰ পৰা এল আই চিৰ মেছুৰিটিৰ টকাখিনি উলিয়াই আনন্দপাৰাৰ ঘৰলৈ আহি থকা অৱস্থাত ডকাইতি কাণ্ডটো সংঘটিত হয় বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, সমগ্ৰ ঘটনাটো সন্দৰ্ভত মহিলা দুগৰাকীয়ে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈ কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নায়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd