• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৪৫ দিন মোবাইল চুৰিৰ প্ৰশিক্ষণ, দৰমহা ২৫ হাজাৰ! দুই চোৰক ধৰাৰ পিছতে চকু কপালত উঠিল তদন্তকাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2024 3:23 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেবাৰে ৪৫ দিনৰ প্ৰশিক্ষণ। তাৰ পিছত ‘চাকৰি’। দৰমহা মাহে ২৫ হাজাৰ টকা। কিন্তু কামটো কি? মোবাইল চুৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্যৰ আৰক্ষীয়ে দুজন চোৰক গ্ৰেপ্তাৰ কৰি এনে আশ্চৰ্যজনক তথ্য লাভ কৰে।

গুজৰাট আৰক্ষীৰ তথ্য অনুসৰি মোবাইল চুৰি চক্ৰটোৱে বিভিন্ন ৰাজ্যত কাম কৰি আছিল। সেই চক্ৰৰ কাম হ’ল ভিৰৰ পৰা কাৰোবাৰ মোবাইল চুৰি কৰি বহিঃৰাজ্যলৈ চোৰাংকৈ সৰবৰাহ কৰা। তদন্তকাৰীয়ে লোক দুজনক জেৰা কৰি অধিক তথ্য জানিবলৈ চেষ্টা চলাইছে।

লগতে পঢ়কঃ পানীৰ পৰা প্লাষ্টিক ফিল্টাৰ কৰিব চুম্বকে; খোৱাপানী বিশুদ্ধ কৰিবলৈ নতুন উদ্ভাৱন ‘নেনো-মেগনেট’

Apply Now

গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ তথ্য অনুসৰি মোবাইল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱক দুজনে আগতে ঝাৰখণ্ডত ঠিকাভিত্তিক শ্ৰমিক হিচাপে কাম কৰিছিল। কিছুদিন চুৰাটতে আছিল। এজন ব্যক্তিৰ নাম অবিনাশ মাহাতো। বয়স ১৯ বছৰ। আনজন অভিযুক্ত হৈছে শ্যাম কুৰ্মী। তেওঁৰ বয়স ২৬ বছৰ। দুয়োজনৰ পৰা মুঠ ২৯টা আইফোন আৰু ৯টা ৱান প্লাছ ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ জেৰাৰ সময়ত ধৃতসকলে কয় যে মোবাইল ফোনসমূহ চুৰি কৰাৰ পিছত ‘আনলক’ কৰি বাংলাদেশ আৰু নেপাললৈ পঠোৱাৰ দায়িত্ব তেওঁলোকৰ। আগতে এই কামৰ বাবে মাহেকীয়া দৰমহা পাইছিল। বন্দীসকলে ৪৫ দিনৰ ম’বাইল ফোন চুৰিৰ প্ৰশিক্ষণ লাভ কৰা বুলিও জানিবলৈ দিয়ে। ইয়াৰ পিছত এই ‘চাকৰি’ দিয়া হয়।

তদন্তকাৰীৰ মতে অভিযুক্তৰ পৰিকল্পনা অতি সহজ। প্ৰথমতে দুজনে মানুহৰ ভিৰৰ মাজত মিলি থাকে। এজনৰ চকু কাৰোবাৰ বেগ বা পকেটত থাকে। মোবাইলটো চুৰি কৰাৰ লগে লগে সংগীৰ লগত বিনিময় কৰে। তাৰ পৰাই প্ৰথমে মোবাইলটো ‘আনলক’ কৰা হয় । ইয়াৰ পিছত বহিঃৰাজ্যলৈ চালান কৰা হয় ।

লগতে পঢ়কঃ জীৱনে মৰণে সংগী পত্নী! হাতত হাত থৈ স্বেচ্ছাই মৃত্যু সাৱটিলে নেদাৰলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

এজন ধৰা পৰিলে আনজন সংগী পলায়ন কৰে। এইদৰেই চলে ‘চাকৰি’। অৱশ্যে চুৰাটৰ পৰা একে সময়তে দুজন ধৰা পৰাৰ পিছতে চৰ্চালৈ আহিছে মোবাইল ফোন চুৰি সম্পৰ্কীয় বিভিন্ন তথ্য। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd