DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন এনএইচপিচিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2022 2:31 pm
76
VIEWS
Share on FacebookShare on Twitter

২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিম্নমুখী প্ৰভাৱ হ্ৰাস কৰিবলৈ ২০১২ৰ জুলাইত যুটীয়া পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি ভাৰত চৰকাৰে ৪৭০ কোটি টকাৰ এক নামনি উন্নয়ন পেকেজ  (downstream development package) অনুমোদন কৰিছিল যাৰ ভিতৰত আছে ১৪৫কোটি টকা সোৱণশিৰি নদীৰ বান্ধৰ পৰা ৩০কিলোমিটাৰ নামনিলৈকে নদীপাৰ সুৰক্ষা আৰু ভূমিস্খলন নিয়ন্ত্ৰণ, নামনি অঞ্চলসমূহত উন্নয়নমূলক কামৰ বাবে ৩২০ কোটি টকা আৰু সামাজিক সজাগতা আৰু গণজাগৰণ কাৰ্যসূচীৰ বাবে ৫কোটি টকা।

ধেমাজি আৰু লখিমপুৰ জিলাত বহনক্ষম জীৱিকাৰ হস্তক্ষেপৰ (sustainable livelihood interventions) ৰূপায়ণৰ বাবে এনএইচপিচি লিমিটেডে পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা গুজৰাটৰ গ্ৰাম্য ব্যৱস্থাপনা প্ৰতিষ্ঠান, আনন্দৰ দ্বাৰা কৰা জৰীপৰ আধাৰত চিনাক্ত কৰা প্ৰাথমিক খণ্ডবোৰ হৈছে ডায়েৰী, হস্তশিল্প, কুকুৰা পালন, উদ্যান কৃষি, ৰেচম শিল্প, গাহৰি পালন।

এনএইচপিচি লিমিটেডে ২০১৮ৰ জুনৰ পৰা ধেমাজি আৰু লখিমপুৰ জিলাৰ সকলো মহিলা হিতাধিকাৰীৰ সৈতে ৰেচম শিল্প, গাহৰি পালন, হস্ততাঁত আঁচনিসমূহ ৰূপায়ন কৰিছে।

এনএইচপিচিয়ে ২০২২চনৰ ২৫নৱেম্বৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ইয়াৰ নামনি অঞ্চলসমূহত উন্নয়নমূলক কামৰ অংশ হিচাপে জীৱিকাৰ হস্তক্ষেপৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

মিচিংস্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগিয়াৰ উপস্থিতিত এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই SAAR গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। তেওঁলোকৰ সৈতে নেটৱৰ্ক অংশীদাৰ মেচাৰ্ছ আৰোহন ফুডছ প্ৰডাক্টছ লিমিটেড আৰু বোৰ্ডৰ সদস্য আৰু উৎপাদক কোম্পানীৰ হিতাধিকাৰীসকল উপস্থিত আছিল।

SAARগাহৰি উৎপাদক কোম্পানী লিমিটেড হৈছে নামনি অঞ্চলসমূহত উন্নয়নমূলক কামৰ বাবে এনএইচপিচি লিমিটেডৰ দ্বাৰা পুঁজি যোগান ধৰা ২৫০০মহিলা সদস্যৰ কোম্পানী। সম্পূৰ্ণ হোৱাৰ পিছত, এই কেন্দ্ৰ বিজ্ঞানসন্মত কচাইঘৰ, ফিডমিল, ষ্টোৰেজ ইউনিট, নাৰ্চাৰী ইউনিট, ফৰ’য়িং শ্বেডৰ উপৰিও প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৪০০ উচ্চ মানদণ্ডৰ গাহৰিৰ সৈতে ভাৰতৰ আটাইতকৈ ডাঙৰ গাহৰি প্ৰজনন কেন্দ্ৰ হব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই ইয়াৰ প্ৰকল্প ক্ষেত্ৰসমূহৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে থকা লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি এনএইচপিচিৰ সংকল্পবদ্ধতাৰ কথা দোহাৰে। সমবেত লোকসকলক সম্বোধন কৰি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগিয়াই এনএইচপিচিৰ পদক্ষেপক প্ৰশংসা কৰে আৰু এই কেন্দ্ৰটোৰ উন্নয়নত সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd