• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকোচ গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে এচিএছ বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ নগদ ৫০ লাখ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 11:59 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎকোচৰ অভিযোগত ধৃত এচিএছ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই প্ৰায় ৫০ লাখ টকা নগদ ধন আৰু ৫০০ গ্ৰামৰো অধিক সোণৰ গহনা উদ্ধাৰ কৰে।

ভূমিৰ লেনদেনৰ সৈতে জড়িত উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ বেলতলাৰ স্থানীয় কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ জি-এ ব্লকৰ দাসৰ ফ্লেটত তালাচী চলোৱা হয়।

Apply Now

অভিযানৰ সময়ত বিষয়াসকলে কেইবাখনো জীৱন বীমা পলিচিৰ নথি-পত্ৰও জব্দ কৰে।

ভিজিলেন্স বিভাগৰ তথ্য অনুসৰি, ভূমি অভিলেখ আৰু জৰীপ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক হিচাপে কৰ্মৰত দাসৰ গুৱাহাটীত একাধিক মাটি, এটা বিলাসী এপাৰ্টমেণ্ট আৰু কেইবাখনো দামী বাহন আছে।

এপাৰ্টমেণ্ট কমপ্লেক্সৰ সন্মুখত থকা মাটি তেওঁৰ নামত অবৈধভাৱে পঞ্জীয়ন কৰা বুলিও অভিযোগ উত্থাপন কৰিছে কৰ্তৃপক্ষই।

ভূমি চুক্তিৰ বাবে আপত্তিহীন প্ৰমাণ পত্ৰ (এন অ’ চি) প্ৰদানৰ সৈতে জড়িত উৎকোচৰ অংশ হিচাপে ভিজিলেন্স বিষয়াসকলে দাসক ৪৫ হাজাৰ টকা গ্ৰহণ কৰাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে দাসক।

গ্ৰেপ্তাৰৰ পিছত ভিজিলেন্সৰ দলে বিষয়াজনৰ সৈতে জড়িত একাধিক স্থানত তালাচী চলায়, য’ত আছিল ৰূপনগৰত থকা তেওঁৰ কাৰ্যালয় আৰু তেওঁৰ বাসগৃহ।

দাস অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া আৰু ইয়াৰ পূৰ্বে লখিমপুৰৰ উপ আয়ুক্ত আৰু হোজাইত অতিৰিক্ত উপ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিষয়াসকলে জনোৱা মতে, তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd