• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্রুটিপূর্ণ গুলী-বাৰুদৰ বাবেই প্ৰাণহানি ঘটিছে ২৭ জন ভাৰতীয় সেনা জোৱানৰ

ধ্বংস কৰিবলগীয়া হৈছে ৯৬০ কোটি টকাৰ গোলাবাৰুদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 30, 2020 2:26 pm

1 min read

army
653
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত আত্মনিৰ্ভৰ ভাৰতৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে ঘৰুৱাভাবে প্ৰস্তুত কৰা ত্ৰুটিপূৰ্ণ গুলী-বাৰুদৰ মূল্য ভৰিবলগীয়া হৈছে ভাৰতীয় সেনাৰ জোৱানে।

শেহতীয়াকৈ ভাৰতীয় সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৪ চনৰ পৰা আজিলৈকে ভাৰতীয় সেনাই ধ্বংস কৰিছে ৯৬০ কোটি টকাৰ গোলাবাৰুদ।

ত্ৰুটিপূৰ্ণ এই গোলাবাৰুদ নষ্ট কৰি পেলাবলগীয়া হোৱাৰ ফলত দেশৰ যথেষ্ট ক্ষতি হৈছে।

এই সময়ছোৱাৰ ভিতৰত ত্ৰুটিপূৰ্ণ গুলী-বাৰুদে প্ৰাণহানি ঘটাইছে ২৭ জনকৈ সেনা জোৱানৰ।

যিটো সময়ত ভাৰতে প্ৰতিৰক্ষাৰ দিশত আত্মনিৰ্ভৰ হোৱাৰ কথা কৈ আহিছে আৰু এই বিষয়ত যাৱতীয় পদক্ষেপো গ্ৰহণ কৰা হৈছে সেই সময়তে দেশত স্থানীয় ভাবে প্ৰস্তুত কৰা গুলী-বাৰদৰ মানকলৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

ভাৰতে শেহতীয়াকৈ বিদেশৰ পৰা গুলী-বাৰুদ আমদানি কৰা বহু খিনি কমাই দিছে।

তাৰ বিপৰীতে ভাৰতে দেশৰ ভিতৰতে গুলী-বাৰুদ আদি প্ৰস্তুতত মনোনিৱেশ কৰিছে।

কিন্তু ২০১৪ৰ পৰা ২০১৯ চনৰ ভিতৰত ত্ৰুটিপূৰ্ণ গুলী-বাৰুদৰ বাবে ৪০০ টাৰো অধিক অঘটন ঘটিছে।

এই সময়ছোৱাত কেৱল ৬৫৮ কোটি টকাৰ ত্ৰুটিপূৰ্ণ বুলেট নষ্ট কৰি পেলোৱা হৈছে।একেদৰে মাইন নষ্ট কৰা হৈছে ৩০৩ কোটি টকাৰ।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd