• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ শাসনলৈ পিছৰ পৰা স্বঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে ভাৰতৰ সংবাদ মাধ্যমতঃ RSF ৰ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 5:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ (RSF)-ৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ইনডেক্স-২০২৫ প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। প্ৰতিবাদন অনুসৰি ২০১৪ চনত নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰতৰ সংবাদ মাধ্যমৰ ওপৰত চলি আছে এক স্বঘোষিত জৰুৰীকালীন অৱস্থা। শেহতীয়া কৈ প্ৰকাশিত ১৮০খন দেশৰ তালিকাত ভাৰতে ১৫১ নম্বৰ স্থান লাভ কৰিছে, যিটো বিগত বৰ্ষৰ (১৫৯) তুলনাত কিছু উন্নতি হ’লেও, পৰিস্থিতি এতিয়াও ‘অতি গুৰুতৰ’ হিচাপে চিহ্নিত হৈছে। প্ৰতিবেদনত চৰকাৰী আৰু কৰ্পৰেট হেঁচা, ‘গোডী মিডিয়া’ৰ উত্থান, সাংবাদিকৰ হত্যা, আৰু কাশ্মীৰত সাংবাদিকৰ হাৰাশাস্তিৰ বিষয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে। মুকেশ আম্বানীৰ নিয়ন্ত্ৰণত থকা ৭০টাতকৈ অধিক মিডিয়া হাউছ আৰু গৌতম আদানীৰ হাতত এনডিটিভিৰ অধিগ্ৰহণৰ ফলত সংবাদ মাধ্যমৰ বৈচিত্ৰ্যৰ অন্ত পৰাৰ আশংকা ব্যক্ত কৰিছে এই প্ৰতিবেদনে।

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ তীব্ৰতৰ হৈ পৰা দেখা গৈছে। তেওঁ সংবাদমেল অনুষ্ঠিত নকৰে, কেৱল বন্ধুত্বপূৰ্ণ সাংবাদিকক সাক্ষাৎকাৰ দিয়ে, আৰু সমালোচকসকলৰ প্ৰতি কঠোৰ মনোভাৱ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। ‘গোডী মিডিয়া’ নামেৰে পৰিচিত বিজেপি-সমৰ্থক সংবাদ মাধ্যমবোৰে অপপ্ৰচাৰৰ জৰিয়তে চৰকাৰৰ পক্ষ গ্ৰহণ কৰাৰ ফলত স্বাধীন সাংবাদিকতাৰ স্থান সংকুচিত হৈ পৰিছে। ২০২১ৰ তথ্য প্ৰযুক্তি নিয়ম আৰু ২০২৩ৰ ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইনৰ জৰিয়তে অনলাইন বিষয়বস্তু নিয়ন্ত্ৰণ কৰা হৈছে। চৰকাৰৰ তীব্ৰ সমালোচনা কৰা সাংবাদিকসকলে ছ’চিয়েল মিডিয়াত ট্ৰ’লিং, ভাবুকি, শাৰীৰিক আক্ৰমণ, আৰু গ্ৰেপ্তাৰৰ সন্মুখীন হ’বলগীয়া হৈছে। কাশ্মীৰত পৰিৱেশ আৰু স্থানীয় বিষয়ৰ ওপৰত প্ৰতিবেদন দিয়া সাংবাদিকসকলক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ হাৰাশাস্তিৰ চিকাৰ হ’বলগীয়া হৈছে।

Apply Now

উল্লেখ্য যে ভাৰতত সাংবাদিকৰ সুৰক্ষাৰ অৱস্থা অত্যন্ত উদ্বেগজনক। প্ৰতি বছৰ গড়ে দুজনৰ পৰা তিনিজন সাংবাদিকক তেওঁলোকৰ কামৰ বাবে হত্যা কৰা হয়, যাৰ ফলত ভাৰত বিশ্বৰ অন্যতম বিপজ্জনক দেশ হিচাপে পৰিগণিত হৈছে।

দেশৰ ১৪ কোটি জনসংখ্যাৰ ভিতৰত ২১ কোটিৰ ঘৰত টেলিভিছন আছে, আৰু ৯০০টা ব্যক্তিগত টিভি চেনেলৰ মাজত আধা সংবাদ সম্প্ৰচাৰৰ বাবে। প্ৰায় ২০ হাজাৰ দৈনিক বাতৰি কাকতকে ধৰি ১,৪০,০০০ প্ৰকাশকৰ মুঠ প্ৰচলন ৩৯ কোটিতকৈ অধিক। নতুন প্ৰজন্মই ছ’চিয়েল মিডিয়াৰ জৰিয়তে বাতৰি পঢ়াৰ প্ৰতি আগ্ৰহী হৈছে। সেয়ে সম্প্ৰতি ছপা মাধ্যমক অতিক্ৰম কৰি বাতৰিৰ প্ৰধান উৎস হৈ পৰিছে। কিন্তু এই পৰিৱৰ্তনৰ মাজতো সাংবাদিকৰ স্বাধীনতা আৰু সুৰক্ষাৰ প্ৰতি হেঁচা অব্যাহত থকাত ভাৰতৰ গণতন্ত্ৰৰ ভৱিষ্যতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd